সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

travel

য়ুমথাং উপত্যকা: শীত, সুৰা, আৰু কিছুমান সানমিহলি অভিজ্ঞতা-জিতাদিত্য নাৰ্জাৰী

"অত্যধিক তুষাৰপাতৰ বাবে ৰাস্তা বন্ধ। অলপদূৰ গৈ চাওঁক তথাপি, কাৰণ দিনটোৰ বাবে আৰু বেলেগ কাম একো নাই। " ৰাতিপুৱাই লাচুঙৰ হোটেল মেনেজাৰজনৰ লগত এনে এক হতাশাজনক বাৰ্তালাপ কৰি মুডটো নষ্ট হৈ গল। তথাপি "বেগাৰ্ছ কাণ্ট বি চুজাৰ্ছ" বুলি ভাবি…

ত্ৰিপুৰা ভ্ৰমণ: উনাকোটি আৰু ধৰ্মনগৰ-জিতাদিত্য নাৰ্জাৰী

ত্ৰিপুৰা অসমৰ পৰা বেছি দুৰ নহয়। কিন্তু সাধাৰণতে বেছি মানুহ যোৱা দেখা নাযায়। বিচাৰিলে বেছি তথ্য পোৱাও নাযায়। কিন্তু তাৰ মাজতে এবাৰ মই ত্ৰিপুৰা ট্যুৰিজিমৰ ৱেবছাইটটো খুলি চাওঁতে দেখিলোঁ যে ৰাজ্যখনৰ আটাইবোৰ গুৰুত্বপূৰ্ণ স্থানতে…

জুকৌ ভেলীলৈ (Dzukou Valley) কেতিয়া আৰু কেনেদৰে যাব-জিতাদিত্য নাৰ্জাৰী

জুকৌ ভেলীলৈ (Dzukou Valley) মই কেবাবাৰো গৈছোঁ। কিন্তু সঠিক সময় মিলাই যোৱাটো সদায় সম্ভৱ নহয়। প্ৰথমবাৰ অকলে যাওঁতে বৰষুণ ইমান আছিল যে মই মাজতে ৰাস্তা হেৰাই জংঘলত এৰতি কটাই গুচি আহিব লগা হৈছিল। দ্বিতীয়বাৰ কেইজনমান বন্ধুৰ লগত একো অসুবিধা…

ফুটছেৰো: এক অপ্ৰত্যাশিত ইউটোপিয়া-জিতাদিত্য নাৰ্জাৰী

উত্তৰ-পূৰ্বাঞ্চলৰ এনে বহু ঠাই আছে যি পৰ্য্যটনৰ বিশেষ আকৰ্ষণ হ'ব পৰাৰ সামৰ্থ আছে। কিন্তু পৰ্যাপ্ত চর্চাৰ অভাৱৰ বাবেই এই ঠাই সমূহ আমাৰ অগোচৰে থাকি যায়। তেনে এখন ঠাইয়েই হৈছে ফুটছেৰো(Pfutsero)। ক'ত আছে ফুটছেৰো? কেনেদৰে যাব পাৰিব ফুটছেৰোলৈ?…