আৰক্ষীয়েই এতিয়া আইন। আৰক্ষীয়েই আদালত। আৰক্ষীয়ে বিচাৰক।

আৰক্ষীয়েই এতিয়া আইন। আৰক্ষীয়েই আদালত। আৰক্ষীয়ে বিচাৰক। দেশত আইনৰ শাসনৰ অৱসান হ’ল নেকি? আৰম্ভ হ’ল নেকি পুলিচৰাজ?

আৰক্ষীয়েই এতিয়া আইন। আৰক্ষীয়েই আদালত। আৰক্ষীয়ে বিচাৰক। দেশত আইনৰ শাসনৰ অৱসান হ’ল নেকি? আৰম্ভ হ’ল নেকি পুলিচৰাজ?

অৱশেষত মুকলি আকাশৰ তললৈ চিত্ৰশিল্পী নীলিম মহন্ত। জামিন লাভ কৰিলে নীলিম মহন্তই। আজি সন্ধিয়া গৃহ চহৰ লখিমপুৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, দেওবাৰে ৰাতি লক্ষীমপুৰ আৰক্ষীৰ সহযোগত অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চিত্ৰগৰাকীক। NHPC ৰ বৃহৎ নদীবান্ধৰ বিৰুদ্ধে বিৰোধিতা কৰি…

কৰ’নাৰ আগ্ৰাসনে সৃষ্টি কৰা সংকটৰ পৰৱৰ্তী সময়ত আমি কেনে এক ৰাষ্ট্ৰব্যৱস্থা পাম? মহামাৰীৰ ভয়াৱহ সংক্ৰমণে সৃষ্টি কৰা জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ৰাষ্ট্ৰই গ্ৰহণ কৰা নীতিসমূহে ৰাষ্ট্ৰক এক স্বেচ্ছাচাৰী পুলিচ ৰাষ্ট্ৰত পৰিণত কৰিব নেকি? কৰ’নাৰ পাছৰ পৃথিৱীখন কেনে হ’ব? এই মহামাৰীয়ে…