টেগ migrant labour

প্ৰবাসী শ্ৰমিকৰ ৰে’ল ভাড়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

প্ৰবাসী শ্ৰমিকৰ পৰা কোনো চৰকাৰে ট্ৰেইন বা বাছৰ ভাড়া ল’ব নোৱাৰিব- এই নিৰ্দেশ জাৰি কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। ৰাজ্যসমূহে ট্ৰেইনৰ অনুৰোধ জনোৱাৰ লগে লগে পলম নকৰি ট্ৰেইনৰ ব্যৱস্থা কৰিব লাগিব বুলিও ৰে’ল মন্ত্ৰালয়ক শীৰ্ষ ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়ে…

এখন ফটো,এজন মানুহ আৰু এটা কাহিনী…

ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰা এখন ফটো৷ কালি পিটিআইৰ জড়িয়তে আহিল সংবাদ মাধ্যমৰ কাৰ্যালয়লৈ৷ সকলোৰে চকু থৰ হৈ ৰ’ল৷ ফোনত কাৰোবাৰ সৈতে কথা পাতি থকা এজন মজদুৰ,ক্ৰন্দনৰত মুখায়ব৷ কি কথা পাতিছে তেওঁ ?ফোনৰ সিপাৰত কোন আছে? আৰম্ভ হ’ল অনুসন্ধিৎসা,অনুসন্ধান৷ অৱশেষত…

আকৌ প্ৰাণ গ’ল ২৪ শ্ৰমিকৰ৷ ক’ত এই ঘটনা?

এক শোকাৱহ পথ দুৰ্ঘটনাত পুণৰ প্ৰাণ গ’ল ২৪ শ্ৰমিকৰ ৷ এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ঔৰায়া জিলাত ৷ আজি পুৱতি নিশা সংঘটিত দুৰ্ঘটনাটোত আন ৩৭ শ্ৰমিকো আহত হৈছে ৷ ঘটনা বিৱৰণী মতে ,ৰাজস্থানৰ পৰা অহা আটা ভৰ্তি ট্ৰাকখনত ঝাৰখণ্ড,…

পুনৰ খোজ কাঢ়ি গৈ থকা অৱস্থাত প্ৰসৱ কৰিব লগা হ’ল গৰ্ভৱতী মহিলাই

পুনৰ খোজ কাঢ়ি গৈ থকা অৱস্থাত প্ৰসৱ কৰিব লগা হ’ল গৰ্ভৱতী মহিলাই ৷ মহাৰাষ্ট্ৰৰ নাচিকৰ পৰা পৰা মধ্যপ্ৰদেশলৈ সতনালৈ খোজ কাঢ়ি গৈ থকা অৱস্থাত মহিলাগৰাকীয়ে জন্ম দিয়ে এক সন্তানৰ। মহিলাগৰাকীৰ ঘৰ মধ্যপ্ৰদেশলৈ সতনাত৷ স্বামীৰ সৈতে দুয়ো নাচিকত কাম কৰে শ্ৰমিক…

২ ঘণ্টাৰ ভিতৰত বিক্ৰী ১০ কোটি টকাৰ টিকট

লকডাউনত দেশজুৰি শ্ৰমিকসকল পৰিছে চৰম দুৰৱস্থাত৷ ঘৰলৈ ঘুৰি যাব বিচৰা শ্ৰমিকসকল মাইলৰ মাইলৰ খোজকাঢ়িব লগা হৈছে৷ অৱশেষত ব্যৱস্থা হ’ল শ্ৰমিক স্পেচিয়েল ট্ৰেইনৰ৷ টিকটৰ ৮৫ % কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব বুলি কৈছিল যদিও প্ৰকাশিত বিভিন্ন খবৰ অনুসৰি শ্ৰমিকসকলে নিজেই কাটিব লগা…

প্ৰতিদিনে ৩০০ ‘শ্ৰমিক স্পেচিয়েল’ ৰেল চলাবলৈ সাজু – কেন্দ্ৰ

ৰেলমন্ত্ৰী পীযুষ গোৱেলে দেওবাৰে সকলো ৰাজ্যকে প্ৰবাসী শ্ৰমিকক লৈ অহা ৰেল নিজ নিজ ৰাজ্যত প্ৰৱেশত অনুমতি দিবলৈ আহ্বান জনাইছে,যাতে অহা ৩-৪ দিনত শ্ৰমিকসকল নিজ নিজ ঘৰত উপস্থিত হয়৷ টুইট কৰি পীযুষ গোৱেলে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নির্দেশক্ৰমে,ভাৰতীয় ৰেলে যোৱা…