Tag Jammu & Kashmir

POK- আচলতে কিমান ‘আজাদ’?

চিৰবৈৰী পাকিস্তানে অবৈধভাৱে দখল কৰা অঞ্চল-‘আজাদ কাশ্মীৰ’ আৰু ‘গিলগিট-বাল্টিস্তান’। যাক কোৱা হয় POK বা Pakistan Occupied Kashmir। ১৯৪৭ চনত যিসময়ত পূৰ্বৰ ৰাজকীয় ৰাজ্য জম্মু আৰু কাশ্মীৰ আনুষ্ঠানিক আৰু আইনগতভাৱে ভাৰতত চামিল হৈছিল, সেই সময়তে অবৈধভাৱে পাকিস্তানে দখল কৰি লৈছিল জম্মু…

মানৱতাৰ জয়…হিন্দু মহিলাৰ শেষকৃত্য সম্পন্ন কৰিলে মুছলমান লোকে

ধৰ্মীয় বিষবাষ্পৰ লগতে ভিন্ন সাম্প্ৰদায়িক ঘটনাই সততে সংবাদ শিৰোনাম দখল কৰি আহিছে। ক’ৰোনাৰ এই জটিল সময়তো বিভিন্ন মাধ্যমত সাম্প্ৰদায়িক মনোভাৱৰ প্ৰকাশ পাই আহিছে। কিন্তু তাৰ মাজতেই খবৰ প্ৰকাশ পাইছে ধৰ্মৰ প্ৰভেদে বাধা দিব নোৱাৰা এক মানৱতাৰ কাৰ্য। এটা পণ্ডিত পৰিয়ালৰ…