টেগ indian railway

২ ঘণ্টাৰ ভিতৰত বিক্ৰী ১০ কোটি টকাৰ টিকট

লকডাউনত দেশজুৰি শ্ৰমিকসকল পৰিছে চৰম দুৰৱস্থাত৷ ঘৰলৈ ঘুৰি যাব বিচৰা শ্ৰমিকসকল মাইলৰ মাইলৰ খোজকাঢ়িব লগা হৈছে৷ অৱশেষত ব্যৱস্থা হ’ল শ্ৰমিক স্পেচিয়েল ট্ৰেইনৰ৷ টিকটৰ ৮৫ % কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব বুলি কৈছিল যদিও প্ৰকাশিত বিভিন্ন খবৰ অনুসৰি শ্ৰমিকসকলে নিজেই কাটিব লগা…

কাইলৈৰ পৰা সাধাৰণ যাত্ৰীৰ বাবে আৰম্ভ হব ৰেলসেৱা।

কাইলৈৰ পৰা সাধাৰণ যাত্ৰীৰ বাবে আৰম্ভ হব ৰেলসেৱা। প্ৰাৰম্ভিক অৱস্থাত বিভিন্ন স্থানৰ পৰা ১৫ খন ৰেল চলিব আৰু অনলাইন টিকটৰ বাবে IRCTC ৱেবচাইট ইতিমধ্যে মুকলি কৰি দিয়া হৈছে।সন্ধিয়া ৭.৩০ বজালৈ মুঠ ১৮ হাজাৰ টিকট বুকিং হোৱা বুলি ভাৰতীয় ৰেলৱেৰ তৰফৰ…

চলাচল আৰম্ভ হ’ব যাত্ৰীবাহী ৰেলৰ ! কৰপৰা কেনেকৈ পাব টিকট ?

চলাচল আৰম্ভ হ’ব যাত্ৰীবাহী ৰেলৰ কৰপৰা কেনেকৈ পাব টিকট কেতিয়া আৰম্ভ হ’ব বুকিং ভাৰতীয় ৰেলৱে আৰম্ভ কৰিব লৈছে যাত্ৰীবাহী ৰেল সেৱা ৷ ১২ মে’ৰ পৰা চলিব বিশেষ ৰেল ৷ প্ৰথম ১৫ খন ৰেল চলিব নিউ দিল্লী ষ্টেচনৰ পৰা ৷ ট্ৰেইন…

প্ৰতিদিনে ৩০০ ‘শ্ৰমিক স্পেচিয়েল’ ৰেল চলাবলৈ সাজু – কেন্দ্ৰ

ৰেলমন্ত্ৰী পীযুষ গোৱেলে দেওবাৰে সকলো ৰাজ্যকে প্ৰবাসী শ্ৰমিকক লৈ অহা ৰেল নিজ নিজ ৰাজ্যত প্ৰৱেশত অনুমতি দিবলৈ আহ্বান জনাইছে,যাতে অহা ৩-৪ দিনত শ্ৰমিকসকল নিজ নিজ ঘৰত উপস্থিত হয়৷ টুইট কৰি পীযুষ গোৱেলে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নির্দেশক্ৰমে,ভাৰতীয় ৰেলে যোৱা…