টেগ #budget_2022_23

অসম চৰকাৰৰ তিনিটা বেয়া লক্ষণ কি কি বুলি ক’লে অখিল গগৈয়ে?

মহোদয়৷মোৰ বাবে কেৱল চাৰি মিনিট সময় নির্ধাৰণ কৰা হৈছে৷অথচ মোৰ হাতত হাতী মাৰি ভুৰুকাত ভৰোৱাৰ কোনো যাদুদণ্ড নাই৷পোনে পোনে কেৱল এটা তথ্য পৰীক্ষা কৰো আহক৷আজি অসম বাজেট সর্ন্দভত এনেকৈয়ে সদনত বক্তব্য আৰম্ভ কৰিলে বিধায়ক অখিল গগৈয়ে৷চাৰি মিনিটৰ বক্তব্যত আজি কি…

আজি কেন্দ্ৰীয় বাজেটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “আত্মনির্ভৰ ভাৰত” সন্দৰ্ভত ভাষণ

আজি কেন্দ্ৰীয় বাজেটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “আত্মনির্ভৰ ভাৰত” আৰু ইয়াৰ গুৰুত্ত্ব সন্দৰ্ভত আগবঢ়াবলগীয়া ভাষণ শুনিবৰ বাবে বিজেপি সাংসদ জে পি নাদ্দা , কেন্দ্ৰীয় মন্ত্ৰী আৰু দলৰ আন আন সাংসদসকল মিলিত হ’ব আম্বেদকাৰ ভৱনত । তাৰোপৰি দলৰ ৰাজ্যিক নেতা, মুখ্য মন্ত্ৰীসকল…

২০২২-২৩ বৰ্ষৰ বাজেটত কি কি আছে-

আজি সংসদত দাখিল কৰিলে বাজেট ২০২২-২৩। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দ্বিতীয়বাৰৰ বাবে ডিজিটেল পদ্ধতিৰে দাখিল বাজেট। কি কি আছে ২০২২-২৩ৰ বাজেটত- *দ্ৰুতগতিত ভাৰতৰ অৰ্থনীতি আগবাঢ়িছে:- নিৰ্মলা সীতাৰমণ। *উন্নয়নৰ হাৰ ৯.২% হোৱাৰ সম্ভাৱনা *দৰিদ্ৰতা নিৰ্মূল কৰাৰ চেষ্টা অব্যাহত *দৰিদ্ৰৰ জীৱনৰেখা সলনি কৰাৰ…

কি আছে ২০২২-২৩ বিত্তীয় বাজেটত?

কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত উত্থাপন কৰিছে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট। আগন্তুক পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত এইবাৰৰ কেন্দ্ৰীয় বাজেট বিশেষ ভাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।আনহাতে উত্তৰ পূর্বাঞ্চলৰ বাবে ২০২২-২৩ বৰ্ষৰ বিত্তীয় বাজেটে ১৫০০ কোটি টকা আৱণ্টন দিয়া…