Tag Ayodhya

‘ৰাম’ নহয় এইবাৰ ‘পৰশুৰাম’ক লৈ উত্তপ্ত উত্তৰ প্ৰদেশৰ ৰাজনীতি

উত্তৰ প্ৰদেশ ৰাজ্যখনৰ ভাৰতীয় ৰাজনীতিত এক বিশেষ স্থান আছে। প্ৰায় ৮০ জনকৈ সাংসদ লোকসভাৰ মজিয়ালৈ পঠিওৱা ৰাজ্য খনৰ ৰাজনীতিয়ে সেয়েহে প্ৰভাৱ পেলাই সমগ্ৰ দেশৰ ৰাজনীতিতে। উত্তৰ প্ৰদেশৰেই অযোধ্যাত ৯০ৰ দশকত ৰাম জন্মভূমি আন্দোলনৰ মাজেৰেই বিজেপিয়ে কেন্দ্ৰ চৰকাৰ বনাবলৈ সক্ষম হৈছিল।…

অযোধ্যাত নিৰ্মাণ হ’ব লগীয়া মছজিদত ভৰি নিদিয়ে যোগী আদিত্যনাথে

বাবৰি মছজিদৰ ৰায়ত উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ মৰ্মে অযোধ্যাত নিৰ্মাণ হ’ব লগা মছজিদৰ উদ্ধোধনী অনুষ্ঠানলৈ নিমন্ত্ৰণ পালেও ভৰি নিদিয়ে যোগী আদিত্যনাথে। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী জনে কয় যে এজন ‘যোগী’ তথা ‘হিন্দু’ হিচাপে কেতিয়াও মছজিদৰ উদ্বোধনী…

ৰাম মন্দিৰকলৈ বিভক্ত কংগ্ৰেছ- বিপাঙত শীৰ্ষ নেতৃত্ব

কাইলৈ অনুস্থিত হ’ব ৰাম মন্দিৰৰ ভূমিপূজন। বিজেপি আৰু সংঘ পৰিয়ালে তেওঁলোকৰ এই ৰাজনৈতিক সাফল্যক লৈ ব্যস্ত হৈ পৰাৰ সময়তে বিৰোধী কংগ্ৰেছ যেন কিংকৰ্তব্যবিমূঢ়। সমৰ্থনে কৰিব নে বিৰোধিতা কৰিব? এই প্ৰশ্নকলৈ এতিয়া বিভক্ত কংগ্ৰেছ দল। কিছুদিন পূৰ্বে মধ্যপ্ৰদেশৰ গাদীচ্যুত হোৱা কমল…