সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#atul_bora

কৃষিমন্ত্ৰী অতুল বৰাৰ সমষ্টিৰ গুদামত হাজাৰ কুইন্টল চাউল কেনেকৈ গেলিবলৈ পালে? মুখ্যমন্ত্ৰীয়ে…

মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্বশর্মাই বানাক্ৰান্তৰ কাৰণে মুক্ত হস্তে দান-বৰঙনি দিবলৈ কোৱাৰ ২৪ ঘণ্টা নহওঁতেই বোকাখাতত এক বৃহৎ চাউল কেলেংকাৰীৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ তুলিছে জীপাল কৃষক শ্ৰমিক সংঘই। কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহসমষ্টি বোকাখাতত…

মন্ত্ৰীৰ কনভয়ৰ গতিবেগ হ্ৰাস হ’ব কেতিয়া?

এফালে ‘স্পীড লিমিট’, 'পথ সুৰক্ষা সপ্তাহ’ আনফালে মন্ত্ৰী-এম-এল এৰ কনভয়ৰ খুন্দাত সাধাৰণ নাগৰিকৰ মৃত্যুৰ বাতৰি। চৰকাৰৰ ‘স্পীড লিমিট’ ‘পথ সুৰক্ষা’ শব্দ বোৰ কেৱল ভেকোভাঁওনা নে ধোৱা চাঙৰ ওপৰত উঠি থকা বগা হাতী? https://youtu.be/oMs3e8BZfcA

এতিয়া ঘৰতে সৰিয়হৰ খেতি কৰি মিঠাতেল খাব নে কি কৰিব অতুল বৰাই?

শাক পাচলিৰ দাম বাঢ়িছে,অতুল বৰাই ঘৰতে খেতি কৰি শাক পাচলি খাইছে৷ আজি অভাবনীয় হাৰত মিঠাতেলৰ দাম বাঢ়িল৷ এতিয়া ঘৰতে সৰিয়হৰ খেতি কৰি মিঠাতেল খাব নে কি কৰিব অতুল বৰাই? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ…