সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

assam government

ৰাজ্যৰ বহু গুৰুত্বপূৰ্ণ বিষয়ক লৈ হস্পিতালৰ পৰাই অমিত শ্বাহৰ হিমন্ত বিশ্ব শৰ্মালৈ ফোন

ৰাজ্যৰ বহু গুৰুত্বপূৰ্ণ বিষয়ক লৈ আজি গৃহ মন্ত্ৰী অমিত শ্বাহে হস্পিতালৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ লগত টেলিফোন যুগে কথা পাতে। উল্লেখযোগ্য যে গৃহ মন্ত্ৰী অমিত শ্বাহক কিছুদিন পূৰ্বে স্বাস্থ্য পৰীক্ষাৰ বাবে দিল্লীৰ এইমচত ভর্তি কৰোৱা হৈছিল। ইয়াৰ…

বাঘজানৰ জুই নুমোৱাবলৈ তান্ত্ৰিক অনা বুলি ভুৱা প্ৰচাৰ চলোৱা হৈছে:অইল ইণ্ডিয়া

তিনিচুকীয়াৰ বাঘজানৰ ৫ নং তৈল খাদৰ জুই এতিয়াও নিৰ্বাপিত হোৱা নাই। বিদেশৰ পৰা বিশেষজ্ঞ আনি জুই নিৰ্বাপনৰ চেষ্টা চলাইছে যদিও এতিয়ালৈ সফল হ'ব পৰা নাই অইল কৰ্তৃপক্ষ। ইয়াৰ পিছতে আজি কিছু সংবাদ মাধ্যমে বিশেষ সূত্ৰৰ ভিত্তিত প্ৰকাশ কৰে এক বাতৰি।…

প্ৰায় দুই শতাধিক কৰ্মচাৰীক বহিষ্কাৰৰ সিদ্ধান্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ

যোৱা মাৰ্চ মাহৰ পৰা হোৱা দেশজুৰি লক ডাউনৰ বাবে দেশৰ অৰ্থনৈতিক দিশৰ ভয়ংকৰ ক্ষতি সাধন হৈছে। ইয়াৰ প্ৰভাৱ দেশৰ সকলো শ্ৰেণীৰ মানুহৰ মাজত কম বেছি পৰিমাণে পৰিছে যদিও আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে দেশৰ নিম্ন শ্ৰেণীৰ কৰ্মী সকলৰ ওপৰত। কোনোবাই যদি…

ৰাজ্যত সাপ্তাহিক লকডাউন আৰু সান্ধ্য আইন প্ৰত্যাহাৰ

আজি অসম চৰকাৰে কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ফলত ৰাজ্যত চলি থকা সাপ্তাহিক লক ডাউন আৰু সান্ধ্য আইন প্ৰত্যাহাৰ কৰিছে। এই কথা টুইটাৰ যুগে জনাইছে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই। Weekend lockdown and night curfew have been lifted , however,…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ বৃদ্ধি

বৃদ্ধি পালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ । ৩,০৫৩ হেক্টৰ ভূমি অন্তৰ্ভূক্ত হ'ল কাজিৰঙাত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালিৰ সৈতে পূৰ্বে ১৯৮৫ চনৰ পৰা সময়ে সময়ে ছটা সংযোজন ঘটাই বন্যপ্ৰাণী সুৰক্ষাৰ স্বাৰ্থত মাটিকালি বৃদ্ধি কৰা হৈছিল।…

কৰোনা সংক্ৰমণৰ মাজত শাৰদীয় দুৰ্গোৎসৱ উদযাপনৰ বিৰোধিতা আলফাৰ

মহামাৰী কৰ'না ভাইৰাছৰ সংক্ৰমণৰ সময়ত আগন্তুক শাৰদীয় দুৰ্গোৎসৱ আয়োজনৰ বাবে লোৱা আচঁ‌নিক লৈ "সংযুক্ত মুক্তি বাহিনী অসম (স্বাঃ) তথা আলফাৰ বিৰোধিতা। এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে আলফা স্বাধীনে। কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ফলত…

বিধান সভাত গৃহীত হ’ল ৰাজ্যৰ তিনি জনগোষ্ঠীৰ স্বায়ত্ব শাসিত পৰিষদ

বিধান সভা অধিবেশনত আজি মৰাণ, মটক আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ প্ৰস্তাৱ গৃহীত হ'ল। তিনিওটা জনগোষ্ঠীয়ে সুদীৰ্ঘ দিন ধৰি স্বায়ত্ব শাসনৰ প্ৰস্তাৱ উত্থাপন কৰি আহিছিল। অৱশ্যে UNI নামৰ নিউজ এজেন্সিৰ এক বাতৰি অনুসৰি কোচ…

অসম চৰকাৰৰ বিত্তীয় হিচাপকলৈ কিয় প্ৰশ্ন উত্থাপন কৰিলে CAG য়ে?

অসম চৰকাৰৰ বিত্তীয় হিচাপকলৈ সন্তুষ্ট নহয় CAG অৰ্থাৎ Comptroller and Auditor General of India। শেহতীয়াকৈ অসম চৰকাৰৰ বিত্তীয় হিচাপকলৈ সন্দেহ প্ৰকাশ কৰি CAG য়ে নিজৰ প্ৰতিবেদনত কৈছে অসম চৰকাৰে ঘোষণা কৰা ২০১৮-১৯ ৰ বাজেটৰ অনুমান বাস্তৱিক নাছিল…

বৰাক উপত্যকাক বিজেপিয়ে মাহীআইৰ দৃষ্টিৰে চোৱাৰ অভিযোগ প্ৰদীপ দত্ত ৰায়ৰ

বৰাক উপত্যকাক অৱহেলা কৰিছে নেকি বিজেপি চৰকাৰে? বঙালী বিৰোধী দল নেকি বিজেপি? কিয় ইমান দিনে শিলচৰ ষ্টেচনক ভাষা শ্বহীদৰ নামেৰে নামাকৰণ হোৱা নাই? এই প্ৰশ্ন আকছাৰ প্ৰতিষ্ঠাতা সভাপতি তথা উচ্চ ন্যায়ালয়ৰ বিশিষ্ট আইনজীৱী প্ৰদীপ দত্ত ৰায়ৰ।…

ব্যক্তিগত শিক্ষানুষ্ঠানৰ মাচুল ২৫% ৰেহাই দিয়াৰ নিৰ্দেশ অসম চৰকাৰৰ

আজি অসম চৰকাৰৰ শিক্ষা বিভাগে কৰোনা মহামাৰী আৰু তাৰ ফলত হোৱা লকডাউনৰ প্ৰতি লক্ষ্য ৰাখি সকলো ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ মাচুল ২৫% ৰেহাই কৰিবলৈ নিৰ্দেশ দিছে। এই নিৰ্দেশ ১ মে', ২০২০ ৰ পৰা শিক্ষানুষ্ঠান সমূহ নোখোলা পৰ্যন্ত প্ৰযোজ্য হ'ব।…