টেগ amitshah

প্ৰতিহিংসাৰ ৰাজনীতি: দেশত আৰম্ভ হৈ গ’ল নেকি গৃহযুদ্ধ ?

দেশত সূচনা হৈছে গৃহযুদ্ধৰ ৷ প্ৰতিহিংসা আৰু প্ৰতিস্পৰ্ধাই অশান্ত কৰি তুলিছে ইখনৰ পাছত সিখন ৰাজ্য ৷ কেন্দ্ৰীয় চৰকাৰে বিৰোধীক মষিমূৰ কৰিবলৈ যিপাত অস্ত্ৰ ব্যৱহাৰ কৰিছে , সেই একেপাতেই অস্ত্ৰ হাতত তুলি লৈছে বিৰোধী শাসিত ৰাজ্যসমূহেও ৷ ৰাজ্যৰ আৰক্ষী বাহিনীসমূহৰ মাজত…

অমিত শ্বাহে কিয় মনত পেলাইছে সাম্প্ৰদায়িক সংঘৰ্ষৰ স্মৃতি?

উত্তৰ প্ৰদেশৰ ৰাজনীতিত মুজাফ্ফৰনগৰৰ সাম্প্ৰদায়িক সংঘৰ্ষক আকৌ এবাৰ জীৱন্ত কৰি তুলিবলৈ চেষ্টাৰ কাৰ্পন্য কৰা নাই বিজেপি দলে ৷ ২০১৩ ৰ আগষ্ট মাহত জাত আৰু মুছলমানৰ মাজত ভয়ানক সংঘৰ্ষৰ সূত্ৰপাত হৈছিল ৷ তাৰ পাছৰে পৰা ক্ৰমাগতভাৱে জাতসকলে বিজেপি দলক ভোটদান কৰি…

সেনাৰ মতে গাড়ী নৰখোৱা বাবেই নাগালেণ্ডত হত্যা কৰা হল নেকি নিৰীহ জনতাক?

নাগালেণ্ডৰ নৰমেধ যজ্ঞই জোকাৰিছে সমগ্ৰ দেশ । নাগালেণ্ডৰ ভাৰত-ম্যানমাৰ সীমান্তৰ মন জিলাত সেনাৰ গুলীত ১৪ গৰাকীকৈ অসামৰিক লোকৰ মৃত্যু হোৱাৰ পিছত বিৰোধীৰ প্ৰতিবাদে উত্তাল কৰিছে সংসদৰ শীতকালীন অধিৱেশন। ভাৰতীয় সেনাৰ ভুলৰ বাবেই মৃত্যুবৰণ কৰা ১৪ গৰাকীকৈ সাধাৰণ লোকৰ ন্যায়ৰ দাবীত…

অমিত শ্বাহৰ সভাত মানুহ গোটাবলৈ লোকনিৰ্মান বিভাগে দিলে ৪০ লাখ

উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন সমাগত ৷ যাৰ বাবে ৰাজ্যখনলৈ প্ৰধানমন্ত্ৰী , গৃহমন্ত্ৰীৰ আহ- যাহো সঘনে বৃদ্ধি পাইছে ৷ শুকুৰবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ প্ৰদেশত উপস্থিত হয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷লক্ষ্ণৌত এখন দলীয় সভাত ভাগ লৈ তেও মন্তব্য কৰে যে উত্তৰ প্ৰদেশত…

সন্ত্ৰাসবাদী আক্ৰমণৰ মাজতে জম্মু-কাশ্মীৰত অমিত শ্বাহঃ কিন্তু কিয়?

◆ শেহতীয়াকৈ জম্মু-কাশ্মীৰত অসামৰিক লোকক লক্ষ্য কৰি সংঘটিত হৈছিল কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণ ◆ এই নৰহত্যা যজ্ঞ চলি থকাৰ মাজতে আজি তিনিদিনীয়া জম্মু-কাশ্মীৰ ভ্ৰমণ কাৰ্যসূচীৰে শ্ৰীনগৰত উপস্থিত হ’ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ◆ উল্লেখ্য যে ২০১৯ চনৰ ৫ আগষ্টত ৩৭০ নং…

৫ ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বে আজি বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ ৰুদ্ধদ্বাৰ বৈঠক

🔴 ৫ ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বে আজি বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হব এখন ৰুদ্ধদ্বাৰ বৈঠক 🔴 বৈঠকত বিজেপি সভাপতি জে পি নাড্ডাই পাঁচখন ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ সাফল্যসমূহ জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ বাবে সকলো ৰাষ্ট্ৰীয় কৰ্মকৰ্তা আৰু দলৰ…

দেশত হ’ব পাৰে বিদ্যুৎ সংকটঃ আজি গৃহমন্ত্ৰী-শক্তিমন্ত্ৰী-কয়লা মন্ত্ৰীৰ বিশেষ বৈঠক

দেশত দেখা দিব পাৰে বিদ্যুৎ সংকট। কিয়নো দেশত কয়লাৰ নাটনিক লৈ এতিয়া চিন্তাত পৰিছে মোডী চৰকাৰ। কয়লাৰ নাটনিৰ বাবে ক্ৰমাগত ভাৱে হ্ৰাস পাইছে বিদ্যুৎ উৎপাদন। যোৱা কালি APDCLয়েও এখন বিশেষ পত্ৰযোগে বিদ্যুতৰ নাটনিৰ কথা ৰাজহুৱা কৰিছিল। দেশত বিদ্যুতৰ নাটনি হোৱাৰ…

বিধানসভা নিৰ্বাচনৰ পূৰ্বে মোদী- শ্বাহৰ গৃহ ৰাজ্যলৈ টীম প্ৰশান্ত কিশোৰ !

আগন্তুক গুজৰাটত নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে। নেতাহীন আৰু নিৰন্তৰ পৰাজয়ৰ সন্মুখীন হোৱা কংগ্ৰেছ দলে পুনৰ নতুন চিন্তা চৰ্চা আৰম্ভ কৰিছে। বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অনাগত দিনত নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰক নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰিবৰ বাবে দায়িত্ব হস্তান্তৰ…

কাৰ্বি শান্তি চুক্তি স্বাক্ষৰ কৰি কি ক’লে অমিত শ্বাহে ?

শণিবাৰে অসম চৰকাৰে ৬ বিদ্ৰোহী সংগঠনৰ লগত স্বাক্ষৰ কৰিলে কাৰ্বি শান্তি চুক্তি ৷এই বিদ্ৰোহী সংগঠনকেইটা  বিগত কেবাদশক ধৰি সক্ৰিয় হৈ আছিল ৷ শান্তি চুক্তি স্বাক্ষৰ কৰা বিদ্ৰোহী সংগঠনকেইটা হৈছে  কে এল এন এল এফ , পি ডি চি কে ,…

গৃহমন্ত্ৰী অমিত শ্বাহৰ নামত ধনদাবী কৰি কোনে লুটিলে ২০০ কোটি?

তিহাৰ জেলৰ পৰা ফোনযোগে এগৰাকী মহিলাক প্ৰতাৰণা কৰি ২০০ কোটি টকাৰ সম্পত্তি দখল কৰাৰ অভিযোগ উত্থাপিত হৈছে চন্দ্ৰশেখৰ নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে। অভিযোগ অনুসৰি চন্দ্ৰশেখৰ নামৰ ব্যক্তিজনে ফাৰ্মাচিউটিকেল কোম্পানীৰ স্বত্বাধিকাৰী শিবিন্দৰ সিঙৰ পত্নীৰ পৰা প্ৰৱঞ্চনাৰে ধন আত্মসাৎ কৰিছে। উল্লেখ্য যে…