The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

ৰাজ্যসভাত ৫ ৰ পৰা ১০১ লৈ কেনেকৈ বৃদ্ধি হ’ল বিজেপি সাংসদৰ সংখ্যা ?

অসমৰ পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌৰা নাৰ্জাৰীয়ে ৰাজ্যসভাৰ নিৰ্বাচনত বিজয় সাব্যস্ত কৰিলে ৷ এই বিজয় ৰাজনৈতিক কাৰণত বিজেপিৰ বাবে আছিল অতি গুৰুত্বপূৰ্ণ ৷ কাৰণ , শেহতীয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ পাছতে ৰাজ্যসভাত বিজেপি সাংসদৰ সংখ্যা ১০১ লৈ বৃদ্ধি পালে ৷ ৰাজ্যসভাত ১০০ ৰ…

মূল্যবৃদ্ধিৰ জুই জ্বলিছে কিয় শ্ৰীলংকাত ?

মূল্যবৃদ্ধিৰ জুই জ্বলিছে ৷ লগতে জ্বলিছে জনতাৰ ক্ষোভৰ জুই ৷ পেট্ৰ’লৰ দাম প্ৰতিলিটাৰত ২৫৪ টকা , ডিজেলৰ দাম ১৭৬ টকা , প্ৰতিটো এল পি জি চিলিণ্ডাৰ বিক্ৰী হৈছে ৪১১৯ টকা ৷ প্ৰতিকেজি চাউলৰ দাম হৈ পৰিছে ৫০০ টকা পৰ্যন্ত ৷এনে…

অসমৰ ২৩ খন জিলাৰ পৰাই প্ৰত্যাহাৰ হব AFSPA

অসমৰ ২৩ খন জিলাৰ পৰাই প্ৰত্যাহাৰ হব AFSPA৷ সিদ্ধান্ত ললে কেন্দ্ৰীয় চৰকাৰে৷ স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – Visit: Follow Us Facebook: YouTube: Instagram: Twitter:

AFSPAৰ অধীনত উত্তৰ-পূৱৰ অশান্তজর্জৰ অঞ্চলৰ পৰিসীমা হ্রাসৰ সিদ্ধান্ত গ্ৰহণ নৰেন্দ্ৰ মোদীৰ

অসম, মেঘালয় আৰু নাগালেণ্ডত AFSPA (Armed forces special power Act) ৰ অধীনত অশান্তজর্জৰ অঞ্চল সমূহত পৰিসীমা হ্রাসৰ সিদ্ধান্ত গ্ৰহণ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । এই বাৰ্তা টুইটযোগে সদৰী কৰে গৃহমন্ত্ৰী অমিত শ্বাহে।

এয়া স্বাধীন দেশৰ চৰকাৰ নে ব্ৰিটিছ শাসক?

এক এপ্ৰিলৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ বাবে লৈ আহিব ভাল দিন আৰু আশাৰ বতৰা।এপ্ৰিল ফুল বুলি ভুল নকৰিব।এয়া সঁচা কথা।মাজত মাথোঁ এটা দিন বাকী।এক এপ্ৰিলৰ পৰা কেন্দ্ৰীয় চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন…

পেট্ৰ’লৰ দাম বৃদ্ধিয়ে কেনেকৈ ধনী কৰিছে মোদী চৰকাৰক?

পেট্ৰ’লৰ মূল্য ৭ পইচা বৃদ্ধি হওতে দিল্লীত আন্দোলন কৰিছিল বিজেপিয়ে৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰশান্ত ফুকন আৰু বিজয়া চক্ৰবর্তীৰ আন্দোলনৰ কথাও সর্বজনবিদিত৷পেট্ৰ’লৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ আছিল নৰেন্দ্ৰ মোদীও৷এতিয়া মূল্যবৃদ্ধিয়ে জ্বলাকলা খুৱাইছে ৰাইজক ৷কিন্তু আন্দোলন নাই বিজেপিৰ৷ কাৰণ পেট্ৰ’লৰ মূল্যবৃদ্ধিয়ে ধনী কৰিছে মোদী…

নৰেন্দ্ৰ মোদীয়ে কি কৰিলে দেশৰ অৱস্থা?

নৰেন্দ্ৰ মোদীয়ে কি কৰিলে দেশৰ অৱস্থা?   স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – Visit: Follow Us Facebook: YouTube: Instagram: Twitter:

প্ৰধানমন্ত্ৰীৰ বাবে যুঁজ দিবলৈ আৰু কিমান বছৰ লাগিব অৰবিন্দ কেজৰিৱালক?

প্ৰধানমন্ত্ৰীৰ বাবে যুঁজ দিবলৈ আৰু কিমান বছৰ লাগিব অৰবিন্দ কেজৰিৱালক? বিজেপিয়ে কেৱল ৩৮ শতাংশ ভোট পাইয়েই সমগ্ৰ দেশৰ সমর্থন আছে বুলি ভবাটো উচিতনে? ২০২৪ চনত কি প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বিজেপি? এই সন্দর্ভত কি উত্তৰ দিলে প্ৰশান্ত কিশোৰে? পলিটিক্স অফ দ্য…

টোল গেট কাৰ বাবে?

৬০ কিলোমিটাৰৰ ভিতৰত নাথাকে দুখনকৈ টোলগেট।কিন্তু এখনকৈ টোলগেটত আপুনি কিমান টকাকৈ ভৰিব লাগে?   স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – Visit: Follow Us Facebook: YouTube: Instagram: …

দ্য কাশ্মীৰ ফাইলচ বনাম গৰু।

দ্য কাশ্মীৰ ফাইলচ বনাম গৰু। ইউটিউবলৈ দ্য কাশ্মীৰ ফাইলচ নাহিল। কিন্তু মাত্র ২৫ টাকাতেই আহিল অসমীয়া ছবি গৰু। কিন্তু কিয়?     স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – Visit: …