৫ আৰু ৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব গেট পৰীক্ষা

Share This Article

গ্ৰেজুৱেট এপটিটিউড টেষ্ট ইন ইঞ্জিনিয়াৰিং চমুকৈ গেট ২০২২ (GATE) পৰীক্ষা সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ত সম্পন্ন হৈছে শুনানি। ন্যায়ালয়ে গেট পৰীক্ষাৰ তাৰিখ পিচুওৱা নহয় বুলি স্পষ্ট কৰি দিছে। খড়গপুৰ আইআইটিয়ে দেশৰ কভিড সৃষ্ট পৰিৱেশৰ বাবে পৰীক্ষা পিচুৱাবলৈ আৱেদন দাখিল কৰিছিল। কিন্তু অৱশেষত উচ্চতম ন্যায়ালয়ে এই পৰীক্ষা স্থগিত বা পিচুওৱা নহয় বুলি ঘোষণা কৰে। ৫ আৰু ৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব গেট পৰীক্ষা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.