অ’মিক্ৰণৰ নতুন ২০ টা লক্ষণ….

Share This Article

বিশ্বত এতিয়া অ’মিক্ৰনৰ আতংক। ক’ভিডৰ অধিক সংখ্যক ৰোগীৰ দেহত বৰ্তমান অ’মিক্ৰন ভেৰিয়েণ্ট সংক্ৰমিত। শেহতীয়াকৈ অ’মিক্ৰণৰ নতুন ২০ টা লক্ষণৰ বিষয়ে ইংলেণ্ডৰ ZOE ক’ভিড ষ্টাডিয়ে প্ৰকাশ কৰিছে। ক’ভিডৰ ডেল্টা ভেৰিয়ণ্টৰ তুলনাত অ’মিক্ৰণৰ লক্ষণ আক্রান্তৰ শৰীৰত অতি সোনকালেই দেখা দিয়ে।

২০ টা লক্ষণ-
*মূৰৰ বিষ
*পানী লগা
*বুকুৰ বিষ
*গাঁঠিৰ বিষ
*শৰীৰ দুৰ্বলতা
*ভাগৰুৱা অনুভৱ কৰা
*হাঁচি অহা
*ডিঙিৰ খৰখৰনি
*কাঁহ
*মাত ভঙা
*ঠাণ্ডা লগা বা কঁপনি উঠা
*জ্বৰ উঠা
*মূৰ ঘুৰণি
*চিন্তা শক্তি হ্ৰাস পোৱা
*বস্তুৰ গোন্ধ নোপোৱা
*গোন্ধ সলনি হোৱা
*চকুৰ বিষ
*মাংশ পেশীৰ বিষ
*ভোক নলগা
*ছালৰ সংক্ৰমণ

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.