Investigative reporting with dedication.

বিশ্ববিখ্যাত অক্সফোৰ্ড বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে যোগ্যতা অৰ্জন অসমৰ এগৰাকী মেধাৱী ছাত্ৰীৰ। নাম অৰণি এছ হাজৰিকা। গুৱাহাটী হোলী চাইল্ড স্কুলৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী অৰণি। সমাগত স্নাতক পাঠ্যক্ৰমৰ বাবে সংস্কৃত ভাষা অধ্যয়নৰ সুযোগ লাভ অক্সফোৰ্ড বিশ্ববিদ্যালয়ত।




