সাৰ্বভৌমত্বক লৈ আলফাৰে মুখ্যমন্ত্ৰীৰ আলোচনা , বাতৰিক লৈ হাহাকাৰ

Share This Article

Himanta 1st Assam CM to discuss ulfa(i) ‘s core demand of “sovereignty”-
হিমন্ত বিশ্ব শৰ্মাই অসমৰ প্ৰথম মুখ্যমন্ত্ৰী যিয়ে আলফাৰ লগত সাৰ্বভৌমত্বৰ ওপৰত আলোচনা কৰিবলৈ সাজু – টাইমছ অৱ ই্ণ্ডিয়া কাকতত প্ৰকাশ পাইছে এই বাতৰি ৷ তাৰ পাছতে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ তেও পুৱাই সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে টাইমছ অৱ ই্ণ্ডিয়াত এই বাতৰি দেখি তেও স্তম্ভিত হৈ পৰিছে ৷ কোনো মুখ্যমন্ত্ৰীয়ে কাৰো লগত ভাৰতৰ সাৰ্বভৌমত্বক লৈ আলোচনা কৰিব নোৱাৰে ৷ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই এই বাতৰিটো অস্বীকাৰ কৰাৰ লগতে ভুৱা বুলিও অভিহিত কৰে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.