বিজেপি মন্ত্ৰী-বিধায়কক কি শিকাইছে মুম্বাইৰ প্ৰশিক্ষণ শিবিৰত?

Share This Article

শুক্ৰবাৰৰ পৰা মুম্বাইত অনুষ্ঠিত হৈছে বিজেপি মন্ত্ৰী বিধায়কৰ প্ৰশিক্ষণ৷ইতিমধ্যে অসমৰ পৰাও সকলো মন্ত্ৰী বিধায়ক গৈ উপস্থিত হৈছে মুম্বাইৰ প্ৰশিক্ষণ শিবিৰত৷কিন্তু বিজেপি মন্ত্ৰী বিধায়কক কিহৰ প্ৰশিক্ষণ দিয়া হৈছে মুম্বাইৰ প্ৰশিক্ষণ শিবিৰত?
খবৰ অনুসৰি, বিজেপিৰ মন্ত্ৰী বিধায়কক মাৰ্গদৰ্শন কৰে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডা আৰু অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই৷এই কাৰ্য্যসূচীত বিধায়ক সকলৰ লগতে বিজেপি অসম প্ৰদেশৰ সভাপতি ভবেশ কলিতা, ৰাষ্ট্ৰীয় উপ সভাপতি বৈজয়ন্ত পাণ্ডা, বিজেপি উত্তৰ পূব ক্ষেত্ৰৰ সাংগঠনিক সাধাৰণ সম্পাদক অজয় জামৱাল, বিজেপি অসম প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰনাথ শৰ্মা আৰু মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবীজ উপস্থিত থাকে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.