বৰপেটাৰ জিলা কাৰাগাৰত আচামীৰ আত্মহনন

Share This Article

* বৰপেটাৰ জিলা কাৰাগাৰত আচামিৰ আত্মহননৰ ঘটনা

* কাৰাগাৰৰ ভিতৰতেই আত্মহত্যা কৰিলে হাচিবুল হাচানে

* কাৰাগাৰৰ শৌচাগাৰৰ ভেন্তিলেশ্চনত গামোচাৰে চিপ লগাই আত্মহত্যা কৰে

* বৰপেটা জিলাৰ জনীয়াৰ দাউকমাৰি গাঁৱৰ বাসিন্দা আছিল হাচিবুল হাচান

* উল্লেখ যে কিশোৰী পলুৱাই নিয়া গোচৰত কাৰাৰুদ্ধ হৈ আছিল হাচিবুল

* ২৮ ছেপ্টেম্বৰত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল হাচিবুলক

* প্ৰেমৰ বাবেই আত্মহনন কৰাৰ সন্দেহ কৰা হৈছে

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.