ওপজা দিনত পিতৃক সুঁৱৰি সামাজিক মাধ্যমত কি লিখিছে পুত্ৰ গৌৰৱ গগৈয়ে?

Share This Article

আজি ৰাজ্যৰ সদ্যপ্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্মদিন। পিতৃক সুঁৱৰি সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট কৰিছে পুত্ৰ তথা যুৱ সাংসদ গৌৰৱ গগৈয়ে। ফেচবুকত নিজৰ অফিচিয়েল পেজত গগৈয়ে লিখিছে –

“Until my last breath, I will fight for every Indian, for every Assamese, irrespective of Hindu or Muslim”.

অসমৰ তিনিবাৰকৈ মুখ্যমন্ত্ৰী, যাৰ স্বচ্ছতাই অসমবাসীৰ মৰম-চেনেহৰ ছানেকিৰে নতুন অসম গঢ়াৰ সপোন দেখিছিল, সফল ৰাজনীতিবিদ, পদ্মভূষণ, মোৰ দেউতা তৰুণ গগৈ ডাঙৰীয়াৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰিলো৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.