Investigative reporting with dedication.

ড্ৰাইভিং লাইচেঞ্চ আৰু আধাৰ কাৰ্ডক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। এতিয়াৰ পৰা ড্ৰাইভিং লাইচেঞ্চ হেৰালেও কোনো চিন্তাৰ কাৰণ নাই আৰু ঘৰতেই বহি লাভ কৰিব পাৰিব লাইচেঞ্চ। নিজৰ নাম অন্তৰ্ভূক্ত কৰিলেই লাভ কৰিব পাৰিব লাইচেঞ্চ। লাইচেঞ্চ নবিকৰণৰ বাবে যাব নালাগে DTO-ৰ কাৰ্যালয়লৈ। ঘৰতেই অনলাইন যোগে কৰিব পৰিব নৱীকৰণ। দুৰ্গা পূজাৰ ক্ষেত্ৰতো ৰাজ্যত কেতবোৰ নতুন নিয়ম প্ৰযোজ্য হব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। লগতে ৩১ মাৰ্চৰ ভিতৰত ৰাজ্যত সম্পূৰ্ণ হব আধাৰ কাৰ্ড প্ৰস্তুতৰ কাম। ৰাজ্যত ১০০ শতাংশ আধাৰ প্ৰস্তুতৰ কাম সম্পন্ন হ’ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।




