Investigative reporting with dedication.

কোকৰাঝাৰত অস্ত্ৰসহ আত্মসমৰ্পণ কৰে চোৰাং চিকাৰীৰ এটা বৃহৎ দলে। হস্তনিৰ্মিত অস্ত্ৰসহ হাতীৰ দাঁত আৰু কেইবাটাও হৰিণৰ শিং সমৰ্পণ কৰে চোৰাং চিকাৰী কেইটাই। উল্লেখ্য যে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰ কৰা চিকাৰীসকলে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ উপস্থিতিত অস্ত্ৰসহ আত্মসমৰ্পণ কৰে। লগতে সকলো চিকাৰীলৈ নগদ পঞ্চাশ হেজাৰ আৰ্থিক সাহায্য দিয়া হয়।




