আজিৰে পৰা মাজুলীত চলিব ২ খন ৰপেস্কসহ ৬খন জাহাজ

Share This Article

আজিৰ পৰা মাজুলীলৈ চলাচল কৰিব ২ খন ৰপেস্ক আৰু ৬ খনকৈ জাহাজ। নিমাতীঘাটৰ পৰা মাজুলীৰ কমলাবাৰী ঘাটৰ মাজত চলাচল কৰিব জাহাজকেইখনে। যাত্ৰীৰ দুৰ্ভোগ আৰু নিৰাপত্তাৰ দিশটোৰ উপৰত লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে গ্ৰহণ কৰে এই বৃহৎ সিদ্ধান্ত। দুয়োটা ঘাটতে সংস্থাপিত কৰা হব CCTV কেমেৰা আৰু যোৰহাট আৰু মাজুলীৰ পৰা নিয়ন্ত্ৰিত কৰা হব এই CCTV কেমেৰাসমূহ। লগতে ঘাটত পূৰ্বৰ দৰে অবৈধ নাওঁৰ বেহা আৰু দালাল ৰাজ বন্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব কঠোৰতম্ ব্যৱস্থা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.