অৱশেষত গ্ৰেপ্তাৰ হ’ল অভিশপ্ত ‘মা কমলা’ৰ স্বতাধিকাৰী পানী ৰাম কলিতা

Share This Article

যোৱা ৮ ছেপ্টেম্বৰত যোৰহাটৰ নিমাতী ঘাটত সংঘটিত হোৱা মৰ্মান্তিক নাওঁ দুৰ্ঘটনাৰ পাছতেই তৎপৰ হৈ পৰা দেখা গৈছিল প্ৰশাসনক। অৱশেষত আজি গ্ৰেপ্তাৰ কৰা হ’ল নিমাতিঘাটত দুৰ্ঘটনাত পতিত হোৱা অভিশপ্ত ‘মা কমলা’ নামৰ নাওঁখনৰ স্বতাধিকাৰী পানী ৰাম কলিতাক। ডিব্ৰুগড়ৰ এখন হাস্পতালৰ পৰা আটক কৰা হয় পানী ৰামক। হাস্পতালত ভৰ্তি হ’বলৈ চেষ্টা কৰিছিল পানী ৰাম কলিতাই আৰু তেতিয়াই ডিব্ৰুগড় আৰক্ষীৰ এটা বিশেষ দলে অভিযুক্ত পানী ৰামক গ্ৰেপ্তাৰ কৰে।পানী ৰাম কলিতাৰ গ্ৰেপ্তাৰৰ কথা সদৰি কৰে ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালক জি পি সিঙে

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.