Investigative reporting with dedication.

আজিৰে পৰা পুনৰ চলাচল কৰিছে মাজুলী-যোৰহাট সংযোগী ফেৰী।উল্লেখ্য যে আজি কেইবামাহো ধৰি বন্ধ হৈ আছিল ফেৰী সেৱা। কিন্তু দুচকীয়া বাহন আৰু যাত্ৰীৰ বাবেহে মুকলি থাকিব এই সেৱা। এতিয়ালৈ চাৰিচকীয়া বাহন পাৰ কৰাৰ অনুমতি দিয়া নাই প্ৰশাসনে।




