অসমত ২০২২ চনৰ পৰা নাথাকিব মাদ্ৰাছা।

Share This Article

অসমত ২০২২ চনৰ পৰা নাথাকিব মাদ্ৰাছা।২০২১ চনত শেষবাৰলৈ অনুষ্ঠিত হ’ব মাদ্ৰাছা পৰীক্ষা। মাধ্যমিক শিক্ষাৰ অধীনলৈ আহিব মাদ্ৰাছাৰ শিক্ষানুষ্ঠান। ৰাজ্যিক মাদ্ৰাছা বর্ডকো ভংগ কৰা হ’ব। বন্ধ হ’ব ১৮৯ খন হাইমাদ্ৰাছা বিদ্যালয়। আৰু ৫৪২ খন মাদ্ৰাছা বিদ্যালয় বন্ধ হ’ব ২০২১ চনত। এই কথা আজি সংবাদমেল যোগে প্ৰকাশ কৰিছে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.