এজনৰ বৃদ্ধিৰে ৰাজ্যত ক’ৰোনা সংক্ৰমিতৰ সংখ্যা ১৮৯ লৈ বৃদ্ধি

Share This Article

ৰাজ্যত পুনৰ বৃদ্ধি পালে কোৰোণা ৰোগীৰ সংখ্যা ৷মন্ত্ৰী হিমন্তবিশ্বই শেহতীয়াকৈ কৰা টুইট অনুসৰি ৰাজ্যত পুনৰ এগৰাকীৰ ক’ৰোনা টেষ্ট পজিটিভ আহিছে ৷ এইগৰাকীৰে সৈতে ৰাজ্যত আক্ৰান্তৰ সংখ্যা ১৮৯লৈ বৃদ্ধি পালে ৷ আক্ৰান্ত ৰোগীগৰাকী কোকৰাঝাৰ কোৱাৰাইণ্টিণ চেণ্টাৰত আছিল আৰু তেওঁৰ টেষ্ট হৈছিল বৰপেটাত

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.