সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পেকেজ নালাগে,ধাৰহে লাগে হিমন্ত বিশ্ব শর্মাৰ চৰকাৰক৷

পেকেজ নালাগে,ধাৰহে লাগে হিমন্ত বিশ্ব শর্মাৰ চৰকাৰক৷ বানৰ কালত কেন্দ্ৰৰ পৰা পেকেজ নালাগে বুলি কোৱা মুখ্যমন্ত্ৰীজনৰ চৰকাৰে ৫ জুলাইত ল’ব এক হাজাৰ কোটি টকাৰ ঋণ৷ বিগত মাহতো দুই হাজাৰ কোটি টকাৰ ঋণ লৈছিল অসম চৰকাৰে৷ ধাৰৰ ওপৰত নির্ভৰ কৰিয়েই চলিছে নেকি হিমন্ত বিশ্ব শর্মাৰ চৰকাৰ?

স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – https://rzp.io/l/ZrpLsROos Visit: https://thecrosscurrent.in/ Follow Us Facebook: https://www.facebook.com/TheCrossCurrent YouTube: https://www.youtube.com/c/TheCrossCurrentYoutube Instagram: https://www.instagram.com/crosscu Twitter: https://twitter.com/CurrentCross

- Donation -

Leave A Reply

Your email address will not be published.