কেৱল ৰোগীৰ শৰীৰেই নহয়, মন জয় কৰিব পৰা এজন চিকিৎসক৷ তেখেত কোন আছিল?

Share This Article

কেৱল ৰোগীৰ শৰীৰেই নহয়,মন জয় কৰিব পৰা এজন চিকিৎসক৷ গান্ধীৰ পৰা নেহৰুলৈ,ৰজাৰ পৰা দৰিদ্ৰলৈ সকলোৱে ভালপোৱা এজন চিকিৎসক৷ একালত অটো চলোৱা চিকিৎসকজন এদিন মুখ্যমন্ত্ৰীও হৈছিল৷ আজিৰ দিনটোতেই জন্ম হোৱা চিকিৎসকজনৰ মৃত্যুও হৈছিল আজিৰ দিনটোতেই৷ তেখেতক শ্ৰদ্ধা জনাই আজি দেশবাসীয়ে পালন কৰিছে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস৷ তেখেত কোন আছিল? সৱিশেষ এই প্ৰতিবেদনত৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.