পৌৰ নিগমৰ নির্বাচনত কোন ৱার্ডত কোন জিকিল?

Share This Article

১ নং ৱাৰ্ডত বিজয়ী AJP ৰ হুকুম ছান্দ আলি বক্ষী৷একেদৰে ২ নং ৱাৰ্ড মুকুল কলিতা BJP,৩ ৱাৰ্ড কল্লোল চক্ৰৱৰ্তী BJP,৪ ৱাৰ্ড কনকলতা সাহা BJP,৫ ৱাৰ্ড সঞ্জয় দাস BJP,৬ ৱাৰ্ড সুতাপা চৰকাৰ BJP,৭ ৱাৰ্ড অজয় চক্ৰৱৰ্তী BJP,৮ ৱাৰ্ড সোধন্য মালাকাৰ BJP,৯ ৱাৰ্ড অৰ্চনা দাস BJP,১০ ৱাৰ্ড কল্পনা দাস AGP,১১ ৱাৰ্ড মৃদুলা দেৱী BJP,১২ ৱাৰ্ড দীপাংকৰ বৈশ্য AGP,১৩ ৱাৰ্ড পূৰবী তালুকদাৰ AGP.১৫ ৱাৰ্ড সৌৰভ ঝুনঝুনৱালা BJP,১৬ ৱাৰ্ড প্ৰমোদ স্বামী BJP,১৭ ৱাৰ্ড স্নিগ্ধা মজুমদাৰ BJP,১৮ ৱাৰ্ড শংকৰ চক্ৰৱৰ্তী BJP,১৯ ৱাৰ্ড ব্ৰিজেচ ৰয় BJP,২০ ৱাৰ্ড গৌড় গোপাল মণ্ডল BJP,২১ ৱাৰ্ড সঞ্জীৱ দেব BJP,২২ ৱাৰ্ড স্মিতা ৰয় BJP,২৩ ৱাৰ্ড মঞ্জিতা দৈমাৰী BJP,২৪ ৱাৰ্ড বিজু মেধি AGP,২৫ ৱাৰ্ড মঞ্জুলা ৰাভা BJP,২৬ ৱাৰ্ড ৰানা চেতিয়া BJP,২৭ ৱাৰ্ড ৰিংকু মণি ব্ৰহ্ম BJP,২৮ ৱাৰ্ড স্নিগ্ধা দৈমাৰী BJP,২৯ ৱাৰ্ড মৃগেন শৰণীয়া BJP,৩১ ৱাৰ্ড ৰত্না সিং BJP,৩২ ৱাৰ্ড নীলিমজ্যোতি ভূঞা BJP,৩৩ ৱাৰ্ড মিৰা দাস চহৰীয়া AGP,৩৪ ৱাৰ্ড জোনমণি ডেকা দাস BJP,৩৫ ৱাৰ্ড নবীন বৰা BJP,৩৬ ৱাৰ্ড মেঘনা হাজৰিকা BJP,৩৮ ৱাৰ্ড শশাংক ডেকা BJP,৪১ ৱাৰ্ড বাসন্তী কলিতা দুৱৰা BJP,৪২ ৱাৰ্ড মাছুমা বেগম AAP,৪৩ ৱাৰ্ড অঞ্জনা বৰা BJP,৪৪ ৱাৰ্ড সত্যেন্দ্ৰ নাথ ভট্ট BJP,৪৫ ৱাৰ্ড মাধবি তালুকদাৰ BJP,৪৬ ৱাৰ্ড আশীষ ভৰালী BJP,৪৭ ৱাৰ্ড প্ৰাফুল্ল মহন্ত BJP,৫১ ৱাৰ্ড দিম্পল ৰাভা BJP,৫২ ৱাৰ্ড গোকুল গোস্বামী BJP,৫৩ ৱাৰ্ড লিপিকা পাটোৱাৰী BJP,৫৪ ৱাৰ্ড গীতা BJP,৫৫ ৱাৰ্ড মনোজ কুমাৰ নাথ BJP,৫৬ ৱাৰ্ড ৰাখী বৰা BJP,৫৮ ৱাৰ্ড গৌৰী বৰা BJP

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.