পূৰ্বে মধ্যবিত্তই কেইবাৰ গৈছিল ৰেষ্টুৰেণ্টলৈ?

Share This Article

দুবছৰত খাদ্য তেলৰ দাম দুগুণ বৃদ্ধি পালে।ষ্টেশ্যনেৰী সামগ্ৰীৰ দাম দাম বৃদ্ধি পালে দেৰগুণ।টিভিত ৬০ শতাংশ,মোবাইল ৰিচার্জত ৫০ শতাংশ মূল্য বৃদ্ধি পালে যোৱা দুটা বছৰত।কোভিড মহামাৰীৰ পাছত সমগ্ৰ পৃথিৱীতে এতিয়া মূল্য বৃদ্ধিয়ে পাইছেগৈ চৰম পৰ্যায়।মূল্য বৃদ্ধি প্ৰভাৱৰ গুৰুত্ব বুজিবলৈ ৰাষ্ট্ৰীয় সংবাদ সংস্থা দৈনিক ভাস্কৰে ৰাজস্থানত কোভিদৰ পূৰ্বে আৰু কোভিদৰ পৰৱৰ্তী সময়ৰ এক তথ্যভিত্তিক অধ্যয়ন কৰিছিল। এই অধ্যয়নত ওলাই পৰিছে যোৱা দুটা বছৰৰ মূল্যবৃদ্ধিৰ এক ভয়ানক ছবি।মূল্য বৃদ্ধি হোৱা কথাটো যদিও আমি অনুভৱ কৰিছো হয়তো তুলনামূলকভাৱে ইয়াক আমি খুব কমেইহে মূল্যায়ন কৰিছোঁ।দৈনিক ভাস্কৰৰ এই অধ্যয়নৰ ভিত্তিত চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন।

 


 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.