যুদ্ধ, মধ্যভোগী নে উৎপাদনৰ অভাৱত বাঢ়িছে নেমুৰ দাম? By The CrossCurrent On Mar 23, 2022 Share গ্ৰাহকে ১৫ টকাত কিনা নেমুটো কৃষকে বিক্ৰী কৰিছিল আঢ়ৈ টকাত৷ একেটা নেমুকে গ্ৰাহকক বিক্ৰী কৰি ব্যৱসায়ীয়ে লাভ অর্জন কৰিলে আঢ়ৈ টকা৷ কিন্তু বাকী ১০ টকাটো কলৈ গ’ল? নেমুৰ দাম কিয় বাঢ়িছে- উৎপাদনৰ অভাব,যুদ্ধ নে মধ্যভোগীৰ উপদ্ৰব? সৱিশেষ ৰাউণ্ড দ্য ক্লকত- - Donation -