পুনৰ চীন আক্ৰান্ত কোভিডত

Share This Article

সম্প্ৰতি চীনত গৃহবন্দী হৈ আছে প্ৰায় ৩০ মিলিয়ন জনতা। তথ্য অনুসৰি মঙ্গলবাৰে চীনত ৫২৮০ জন নতুন কোভিড ৰোগী চিনাক্ত হয়। এই পৰিসংখ্যা পূৰ্বৱৰ্তী দিনৰ তুলনাত দুগুণতকৈও অধিক।
ৰাষ্ট্ৰখনৰ প্ৰায় ১৩ খন চহৰ ইতিমধ্যে সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰা হৈছে। তাৰোপৰি বহুতো চহৰ আংশিক ভাবে বন্ধ কৰি দিয়া হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.