আজিৰ দিনটোৰ জন আব্ৰাহামৰ জীৱনত আছে সুকীয়া গুৰুত্ব

Share This Article

আজি ১১ মে’ ৷ এই দিনটোৰ অভিনেতা জন আব্ৰাহামৰ জীৱনত আছে সুকীয়া গুৰুত্ব৷ কিয় জন আব্ৰাহামৰ বাবে আজিৰ দিনটোৰ সুকীয়া তাৎপৰ্য আছে ,সেয়া জনাৰ আগতে ইতিহাসত ১১ মে’ৰ দিনা সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে জানি লও আহক-
১৭৮৪- ইংৰাজ শাসক আৰু টীপু চুলতানৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ৷
১৯৪০- বি বি চিৰ হিন্দী সেৱা আৰম্ভ৷
১৯৬২- সৰ্ব্বপল্লী ৰাধাকৃষ্ণণ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত৷

১৯৯৮- ভাৰতে পোখৰাণত সফলতাৰে পৰমানু বিস্ফোৰণৰ পৰীক্ষা সম্পন্ন কৰে৷ পোখৰাণৰ এই ঘটনাৰ ওপৰত নিৰ্মান কৰা হৈছিল ‘পৰামানু: দ্য ষ্টৰী অব পোখৰাণ’ চিনেমাখন৷ ২০১৮ চনত মুক্তি পোৱা ছবিখনত অভিনয় কৰিছিল জন আব্ৰাহামে৷

২০০০-ভাৰতৰ জনসংখ্যাই ১০০ কৌটিৰ সীমা চুলে৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.