Investigative reporting with dedication.
আইলৈ যেই হাত,বাইলৈয়ো সেই হাতেই !

দেশৰ পাঁচ ৰাজ্যত ইতিমধ্যে জোৰদাৰ গতিত বলিছে নিৰ্বাচনী বতাহ। মঙলবাৰে উত্তৰ পূৰ্বাঞ্চলৰ ত্ৰিপুৰা আৰু ছত্তীশগড়ৰ ২০ টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হয়। মিজোৰামত নিৰ্বাচন শান্তিপূৰ্ণ আছিল যদিও ছত্তীশগড়ৰ চাকনা জিলাত মাওবাদীয়ে আক্ৰমণ সংঘটিত কৰে।এই পাঁচ ৰাজ্যৰ নিৰ্বাচন লোকসভাৰ আগতে অনুষ্ঠিত হোৱা…










