মাহ নৱেম্বৰ 2023

চম্বলৰ ডকাইত এতিয়া মধ্যপ্ৰদেশৰ ষ্টাৰ কেম্পেইনাৰ

নাম – মালখন সিঙ ।  অপৰাধ-১৮ টা ডকাইতি, ২৮ টা অপহৰণ, ১৭ টা হত্যা । ১৯৯০ ত সমাজবাদী পাৰ্টীত যোগদান ।২০১৪ ত নৰেন্দ্ৰ মোদীৰ সমৰ্থনত প্ৰচাৰ । ২০২৩ ত চলাইছে কংগ্ৰেছৰ হৈ নিৰ্বাচনী প্ৰচাৰ ।এসময়ৰ চম্বলৰ দুৰ্ধৰ্ষ ডকাইত এতিয়া হৈ…

লাজুকীলতা জয় পৰাদি জয় পৰিছে বিজেপি !

নিৰ্বাচনলৈ মাজত আছে মাত্ৰ ৬  দিন । কিন্তু সাধাৰণ উপনিৰ্বাচন এটাক লৈ উথপথপ লগোৱা বিজেপিৰ যেন এখন ৰাজ্যৰ নিৰ্বাচনৰ ক্ষেত্ৰতো নাই কোনো সাৰসুৰ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৩০ অক্টোবৰত নিৰ্বাচনী সভাত অংশ লোৱাৰ কথা আছিল যদিও ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ দৃঢ় স্থিতি…

ৰাজস্থানত গেহলট নে পাইলট?

ৰাজস্থানত কংগ্ৰেছ আৰু বিজেপিৰ প্ৰাৰ্থী তালিকা সম্পূৰ্ণকৈ ওলাবলৈ এতিয়াও বহুত বাকী । বিজেপিয়ে এতিয়ালৈকে ১২৪ টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । তাৰ বিপৰীতে কংগ্ৰেছ দলে ৯৫ খন আসনৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । ইতিমধ্যে মঙলবাৰৰ পৰা ৰাজস্থানত মনোনয়ন দাখিল…