ভাৰতত ৰামৰ নামেৰে ৩৬২৬ খন,সীতাৰ নামেৰে ৭৫ খন , ৰাৱনৰ নামেৰে ৬ খন গাও আছে ৷ আৰু কাৰ নামত কিমান গাও…
ভাৰতৰ গ্ৰামীন অঞ্চলসমূহত গাঁৱৰ নামাকৰণৰ ক্ষেত্ৰত সকলোতকৈ অধিক প্ৰাধান্য দিয়া হয় দেৱ – দেৱীৰ নামক ৷ ভগৱানৰ পাছতে গাঁৱৰ নামৰ ক্ষেত্ৰত পৌৰাণিক লোককথাৰ নায়কসকলৰ নামেৰে গাঁৱৰ নামাকৰণ কৰা হয় ৷কেৱল সেয়াই নহয় , ভাৰতৰ বহু গাঁৱৰ নাম চিনেমাৰ নামেৰেও…