টেগ Title sponsor

Dream11 এইবাৰ আই পি এলৰ টাইটল স্পনছ’ৰ, কিন্তু এই কোম্পানীটো আছে চীনা বিনিয়োগ

PHOTO COURTESY: crictracker.com

আই পি এলৰ টাইটল স্পনছ’ৰক কেন্দ্ৰ কৰি চলি থকা সকলো বিতৰ্কৰ চলি থকাৰ মাজতে আজি বিচিচিআই য়ে ঘোষণা কৰে যে এইবাৰ আই পি এলৰ টাইটল স্পনছ’ৰ হ’ব Dream11। Dream11 নামৰ ভাৰতীয় ফেণ্টাছী গেমৰ কোম্পানীটোৱে আই পি এলৰ টাইটল স্পনছ’ৰ এই…