সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

survey

গৰু , গাহৰিক লৈ কি কয় হিন্দু – মুছলমানে ? Pew Research Center ৰ ডাঙৰ সমীক্ষা ৷ পঢ়ক সবিশেষ-

৭২ শতাংশ হিন্দুৱে ভাবে যে যিসকল লোকে গো মাংস ভক্ষণ কৰে , তেওলোক কেতিয়াও হিন্দু হ’ব নোৱাৰে ৷ আনহাতে , ৭৭ শতাংশ মুছলমানে বিশ্বাস কৰে যে যিসকল লোকে গাহৰি মাংস ভক্ষণ কৰে তেওলোক কেতিয়াও মুছলমান হ’ব নোৱাৰে ৷