সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

sarbananda_sonowal

Intelligence Bureau ৰ শীৰ্ষ পদত অসম সন্তান

Intelligence Bureau ৰ সঞ্চালক পদত নিযুক্তি লাভ কৰিলে অসম সন্তান তপন কুমাৰ ডেকাই । The Appointment Committee of the cabinetৰ অনুমোদনৰ পিছতেই পদোন্নতি লাভ কৰিলে তপন কুমাৰ ডেকাই। বিশেষ শাখাৰ সঞ্চালকৰ পৰা মুখ্য সঞ্চালকলৈ পদোন্নতি লাভ কৰে ডেকাই।…

সোণোৱালৰ আমোলৰ আন এক দুৰ্নীতি ফাদিল : ২৩০ পদৰ নিযুক্তি বাতিল

চন্দ্ৰৰ গাত দাগ থাকিলেও দাগ নাছিল সৰ্বানন্দ সোণোৱাল চৰকাৰৰ ৷ এই মন্তব্য আছিল মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ ৷কিন্তু সেই একেজন মানুহেই এতিয়া সোণোৱালৰ আমোলৰ এটাৰ পাছত আন এটা কলংক উদঙাই গৈছে ৷ এপিডিচিএলৰ পাছত এইবাৰ বাতিল কৰা হ’ল প্ৰাথমিক…

আজি ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিব সৰ্বানন্দ সোনোৱালে

আগন্তুক ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ দাখিল কৰিব সৰ্বানন্দ সোনোৱালে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালক সংগ দিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। ক্ষন্তেক পিছতে মনোনয়ন দাখিল…