অৱশেষত আমেৰিকাত গৃহীত হ’ল ‘One Big Beautiful Bill’
ছিনেটৰ ভোট যুদ্ধত জয়ী হ’ল ড’নাল্ড ট্ৰাম্প। অৱশেষত গৃহীত হ’ল ‘One Big Beautiful Bill’। মঙলবাৰে আমেৰিকাৰ ছিনেটত উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্সৰ টাই ব্ৰেকিং ভোটেৰে গৃহীত হ’ল বহু বিতৰ্কিত বিলখন। বিলৰ বিপক্ষে ভোট দিলে ডেমক্ৰেটিক পাৰ্টিৰ সদস্যসকলে।…