কলেজত চাকৰি কৰাতকৈ দিন হাজিৰা কৰাই ভাল?

কলেজত চাকৰি কৰাতকৈ দিন হাজিৰা কৰাই ভাল।হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সুৰতে সুৰ মিলাই কৈছোঁ কলেজত চাকৰি কৰাতকৈ দিন হাজিৰা কৰাই গৌৰৱৰ কথা। আমি কিয় কৈছোঁ এই কথা চাওঁক দ্য ক্ৰছ কাৰেন্ট টেকত—

কলেজত চাকৰি কৰাতকৈ দিন হাজিৰা কৰাই ভাল।হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সুৰতে সুৰ মিলাই কৈছোঁ কলেজত চাকৰি কৰাতকৈ দিন হাজিৰা কৰাই গৌৰৱৰ কথা। আমি কিয় কৈছোঁ এই কথা চাওঁক দ্য ক্ৰছ কাৰেন্ট টেকত—

২৩ লাখ কিয়,১৪ শ লোকৰে চাকৰি ৰাখিব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে? ৪০ হাজাৰ টেট শিক্ষক নিয়মীয়াকৰণ কিয়, ১৪ শ কর্মীক দিয়া মুখৰ বচনেই ৰাখিব নোৱাৰিলে হিমন্ত বিশ্ব শর্মাই৷ নিবনুৱাই খেদিছে মুখ্যমন্ত্ৰীক৷এক বছৰত এক লাখক চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দি বিপদত পৰিছে যেন মুখ্যমন্ত্ৰী…

আপুনি এটা চাকৰি বিচাৰে,নে আপুনি এজন হিতাধিকাৰী হৈ ৮৩০ টকাৰে মাহটো চলিব বিচাৰে? আপুনি আপোনাৰ সন্তানটিৰ বাবে সংস্থাপন গেৰান্টি বিচাৰে,নে সন্তানটিয়ে চৰকাৰৰ পৰা এখন বুলেট লাভ কৰাটো বিচাৰে? আজি এই প্ৰশ্ন এই বাবেই উত্থাপন কৰিছো,কাৰণ যি সময়ত মাইক্ৰফাইনেন্সৰ ঋণ মাফৰ…

কেন্দ্ৰীয় কেবিনেটে কেবিনেটে এইবাৰ দেশৰ চাকৰি প্ৰাৰ্থীৰ নিয়োগৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নিয়োগ এজেঞ্চী গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে এতিয়াৰ পৰা বিভিন্ন বিভাগে পৃথকে পৃথকে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিব। ৰাষ্ট্ৰীয় নিয়োগ এজেঞ্চীৰ জৰিয়তে এটা Common Eligibility Test (CET) অনুষ্ঠিত হ’ব আৰু ইয়াৰ…