টেগ india-china faceoff

পাকিস্থানৰ দৰে চীনৰ ক্ষেত্ৰতো কঠোৰ হ’ব ‘ভিছা'(visa)ৰ নিয়ম

photo courtesy: Mathrubhumi

ভাৰত আৰু চীনৰ মাজৰ কূটনৈতিক সম্পর্কৰ শেহতীয়াকৈ যি অৱনতি ঘটিছে তাৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে চীনৰ সংস্থান সমূহৰ লগত জড়িত ব্যক্তি সকলৰ ভিছাৰ (visa) ক্ষেত্ৰত নিয়ম কঠোৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জানিব পৰা মতে চীনৰ লগত জড়িত থিংক টেংক, ব্যৱসায়িক প্ৰতিষ্ঠান…

এতিয়াও অমীমাংসিত ভাৰত-চীনৰ সীমান্ত বিবাদ, পেংগং হ্ৰদৰ পৰা সেনা আঁতৰাবলৈ মান্তি নহয় চীন

লাডাখত ভাৰত আৰু চীনৰ সেনাৰ মাজত চলি থকা সীমা বিবাদৰ অন্ত পেলাবলৈ ভাৰত আৰু চীনৰ অধিকাৰীৰ মাজত হোৱা আলোচনাই এতিয়াও কোনো সমাধান সূত্ৰ উলিয়াব পৰা নাই। যোৱা কালি WMCC (Working Mechanism for Consultation and Coordination in India-China Border)ৰ আধাৰত অনুষ্ঠিত…

শাসক পক্ষই চীনৰ নাম ল’বলৈ কিয় ভয় কৰে?: কংগ্ৰেছ

Photo Courtesy: Sakaltimes.com

আজি লালকিল্লাৰ পৰা প্ৰধান মন্ত্ৰীয়ে দেশবাসীক দিয়া ভাষণত চীনৰ নাম নোলোৱাক লৈ পুনৰ আক্ৰমণ কংগ্ৰেছৰ। হিন্দুস্তান টাইম্ছ নামৰ বাতৰি কাকত এখনে প্ৰকাশ কৰা এক বাতৰি অনিসৰি কংগ্ৰেছ দলৰ মুখপাত্ৰ ৰনদীপ সূর্যেৱালাই দলৰ মুখ্য কাৰ্য্যালয়ত পতাকা উত্তোলন কাৰ্যসূচীৰ পাছত সাংবাদিক সকলৰ…

আই পি এল এ গ্ৰহণ কৰিব চাইনীজ কোম্পানীৰ স্পনশৰ্শ্বিপ, ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব খেল

১৯ ছেপ্টেম্বৰ ৰ পৰা আৰম্ভ হ’ব লগা আই পি এলে গ্ৰহণ কৰিব চাইনীজ কোম্পানীৰ স্পনশৰ্শ্বিপ। আই পি এল কৰ্তৃপক্ষৰ এই সিদ্ধান্ত অৱশ্যে এতিয়াও ভাৰত চৰকাৰৰ অনুমতি লাভ কৰা নাই। আই পি এলৰ চাইনীজ স্পনশ্বৰ সমূহৰ ভিতৰত আছে মোবাইল কোম্পানী Vivo,…

লাডাখ সীমান্তত আজি ভাৰত-চীনৰ কমাণ্ডাৰ পৰ্যায়ৰ আলোচনা

আজি লাডাখ সীমান্তৰ মলদ’ নামৰ স্থানত ভাৰত-চীনৰ মাজত কমাণ্ডাৰ পৰ্যায়ৰ আলোচনা আৰম্ভ হৈছে। পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা এই আলোচনাত দুয়োখন দেশে সীমান্তৰ উত্তেজনা শান্ত কৰা আৰু সীমান্তৰ পৰা সৈন্য বাহিনী আঁতৰোৱাৰ সন্দৰ্ভত আলোচনা কৰিব। জানিব পৰা মতে আজিৰ…