টেগ #hijab

চাৰি মাহত আৰু কি কি নিষিদ্ধ হ’ল কর্নাটকত?

দক্ষিণত আৰম্ভ হৈছে নিষিদ্ধকৰণৰ ৰাজনীতি৷ হিজাবৰ পিছত মন্দিৰৰ কাষত নিষিদ্ধ হৈছে মুছলমানৰ দোকান৷ নিষিদ্ধ হৈছে গো মাংস,নিষিদ্ধ হৈছে হালাল৷ কিন্তু কিয় দক্ষিণত আৰম্ভ হৈছে নিষিদ্ধকৰণৰ ৰাজনীতি? সৱিশেষ আলোচনা কৰিম, কিন্তু তাৰ আগতে জানি লও আহক, কর্নাটকত বিগত ৪ টা মাহত…

হিজাব সন্দৰ্ভত দ্ৰুত শুনানিৰ দাবীত উচ্চতম ন্যায়ালয়ৰ দাৰস্থ বহুকেইজন আবেদনকাৰী

বিগত ১১ ফেব্ৰুৱাৰীত কৰ্ণাটক উচ্চ ন্যায়ালয়ে হিজাব সন্দৰ্ভত অন্তৱৰ্তীকালীন ৰায় প্ৰদান কৰিছিল। এই ৰায়ক প্ৰত্যাহ্বান জনাই দ্ৰুত শুনানিৰ দাবীত উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হয় বহুকেইজন আবেদনকাৰী। অৱশ্যে উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত পুনৰ কোনো আবেদন অথবা গোচৰ ল’বলৈ অমান্তি হয়। বৰঞ্চ জনায়…

হিজাব খুলি মহাবিদ্যালয়ত প্ৰৱেশৰ নিৰ্দেশ দিছিল প্ৰতিবাদকাৰীয়ে : মুছকান

শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা কৰ্ণাটকৰ এখন মহাবিদ্যালয়ৰ মুছকান নামৰ এগৰাকী ছাত্ৰীৰ এক ভিডিঅ’ই টোলপাৰ লগাইছে দেশ। ভিডিঅ’ত দেখা গৈছিল হিজাব পৰিহিতা একৰাকী ছাত্ৰীক লক্ষ্য কৰি “জয় শ্ৰী ৰাম” ধ্বনিৰে গেৰুৱা স্কাৰ্ফ পৰিধান কৰি আগবাঢ়ি অহা এটা সমদল আৰু…