এটি বৃহৎ জাপিয়ে দৃষ্টি আকৰ্ষণ কৰিছে বৰপেটাৰোডত
* শাৰদীয় দুৰ্গা পূজাৰ আকৰ্ষণীয় মণ্ডপেৰে দৃষ্টি আকৰ্ষণ বহুজনৰ
* বৰপেটাৰোডৰ নেতাজী সংঘৰ পূজাত সাজি উলিওৱা হৈছে এই মণ্ডপতি
* এই বিশেষ পূজা কমিটি তথা স্থানীয় ৰাইজে কিছু পৃথকৈ জাতীয় কৃষ্টি সংস্কৃতি অতুত ৰখা পৰিলক্ষিত হৈছে
* বিশেষ…