Tag central governemnt

দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কুঠাৰাঘাত: ৰাজ্য সমূহক প্ৰাপ্য অধিকাৰৰ পৰা কিয় বঞ্চিত কৰিছে মোডী চৰকাৰে?

photo courtesy : Indian express

দেশৰ অৰ্থনৈতিক অৱস্থা দ্ৰুত গতিত অৱনমিত হোৱাৰ সময়তে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে এতিয়া যেন ভাঙি টচনছ কৰি দিব বিচাৰিছে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ কাঠামো। কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ অপৰিকল্পিত আৰু অপৰিপক্ক ভাবে সমগ্ৰ দেশত লকডাউন ঘোষণা কৰি অৰ্থনীতিৰ অৱস্থা তথৈবচ কৰাৰ…

মূল্যবৃদ্ধিত জুৰুলা সৰ্বসাধাৰণ:এসপ্তাহত ৬ বাৰকৈ বৃদ্ধি হ’ল পেট্ৰ’লৰ মূল্য

photo courtesy: Mathrabhumi news

লকডাউনে জুৰুলা কৰা সৰ্বসাধাৰণৰ মূৰত এইবাৰ পুনৰ মাধমাৰ শোধাইছে ইন্ধনৰ মূল্যবৃদ্ধিয়ে।যোৱা প্ৰায় এসপ্তাহ ধৰি দেশত পেট্ৰলৰ দাম দৈনিক বাঢ়ি আছে। আজি মঙলবাৰেও পেট্ৰলৰ দাম বৃদ্ধি কৰা হৈছে যদিও ডিজেলৰ দাম অৱশ্যে একেই আছে। IndianOil ৰ ৱেবছাইটত প্ৰকাশ পোৱা অনুসৰি পেট্ৰ’লৰ…