যোৰহাটত বিজেপিৰ মঞ্চত কংগ্ৰেছী বিধায়ক
কেন্দ্ৰীয় কেবিনেটত স্থান লাভ কৰাৰ পাছত সৰ্বানন্দ সোণোৱালক আদৰিবলৈ বিজেপিয়ে তিনিদিনীয়াকৈ আশীৰ্বাদ যাত্ৰাৰ আয়োজন কৰিছে ৷ সোমবাৰে আশীৰ্বাদ যাত্ৰাৰ অন্তিম দিন ৷ অন্তিম দিনা যোৰহাট , মৰিয়ণি আদিত প্ৰাক্তণ মুখ্যমন্ত্ৰীগৰাকীক সম্বৰ্ধনা জনোৱা হয়…