টেগ #arvind_kejriwal

আপৰ ভিতৰচৰাত চলিছে কি ?

আপৰ ভিতৰচৰাত সুৰক্ষিত নহয় মহিলা ! আপত চলিছে নেকি ভাঙোন ! আপৰ নেত্ৰীৰ অডিঅ’ টেপে পোহৰলৈ আনিলে বিস্ফোৰক সত্য আপৰ পৰা নিলম্বিত ৰাজীব শইকীয়া – ৰুদ্ৰাংকৰ হাজৰিকা মহিলা নেত্ৰীক দুৰ্ব্যৱহাৰৰ অভিযোগত নিলম্বিত দুই নেতা ৰাজীব শইকীয়া আম আদমি পাৰ্টীৰ ৰাজ্যিক…

৪ মাহতে আপৰ প্ৰতি পঞ্জাৱৰ জনতাৰ মোহভংগ কিয়?

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ গৃহ সমষ্টিত আপৰ পৰাজয়।অখিলেশ যাদৱৰ সমষ্টিত বিজেপিৰ বিজয়।উপ-নিৰ্বাচনৰ ফলাফলত আৰু কি কি অঘটন ঘটিল?চাওক এই প্ৰতিবেদনত—

কিয় দিল্লীৰ দৰে নহ’ল অসমৰ শিক্ষা?

দিল্লীতকৈ বেছি শিক্ষক আছে অসমত৷ অথচ মেট্ৰিকৰ এই ফলাফল কিয় অসমত? কিয় দিল্লীৰ দৰে নহ’ল অসমৰ শিক্ষা?

সত্যেন্দ্ৰ জৈনৰ গ্ৰেপ্তাৰ, ধনৰ অবৈধ সৰবৰাহ আৰু আৰ বি এছ ৰিয়েল্টৰ্ছৰ মাজত কি সম্পৰ্ক?

সত্যেন্দ্ৰ জৈনৰ গ্ৰেপ্তাৰ, ধনৰ অবৈধ সৰবৰাহ আৰু আৰ বি এছ ৰিয়েল্টৰ্ছৰ মাজত কি সম্পৰ্ক? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – Visit: Follow Us Facebook: YouTube: Instagram: …

কলকাতাৰ কোম্পেনীৰ জড়িয়তে ধন বিনিয়োগ : ৯ জুনলৈ ইডিৰ জিন্মাত কেজৰিৱালৰ স্বাস্থ্যমন্ত্ৰী

অহা ৯ জুনলৈ ই ডিৰ জিন্মাতে থাকিব দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈন ৷ অবৈধ ধন সৰবৰাহৰ গোচৰত ই ডিয়ে সোমবাৰে গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱাল মন্ত্ৰীসভাৰ জ্যেষ্ঠ মন্ত্ৰীগৰাকীক ৷ মঙলবাৰে সত্যেন্দ্ৰ জৈনক আদালতত হাজিৰ কৰোৱাৰ পাছত তেওক ৯ জুন পৰ্যন্ত ই ডিৰ…

পঢ়ি-শুনি আমি কি কৰিম ? এটা গানে দিছে উত্তৰ

দিল্লী চৰকাৰে আজি মুকলি কৰা শিক্ষা সংগীত এতিয়া ছোচিয়েল মেডিয়াত ব্যাপক চৰ্চিত হৈছে ৷ কি আছে দিল্লী শিক্ষা সংগীতত ? চাওক এই প্ৰতিবেদনত- স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – Visit:…

হিমন্ত বিশ্ব শৰ্মাই কেজৰিৱালৰ পৰা শিক্ষা লোৱাৰ আগ্ৰহ দেখুৱাবনে ?

হিমন্ত বিশ্ব শৰ্মাই কেজৰিৱালৰ পৰা শিক্ষা লোৱাৰ আগ্ৰহ দেখুৱাবনে ?

মোদীৰ বিকল্প হ’ব নেকি কেজৰিৱাল?

অপৰাজেয় মোদীৰ সন্মুখত বিকল্প হৈ উঠিব নেকি অৰবিন্দ কেজৰিৱাল ? আপৰ পঞ্জাৱ জয়ৰ পাছত এই প্ৰশ্নই এতিয়া সৰ্বাধিক চৰ্চা লাভ কৰিছে৷ পলিটিক্স অৱ দ্য ডেত আলোচনাৰ বিষয় আম আদমি পাৰ্টীৰ ভৱিষ্যত আৰু সম্ভাৱনা –   স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷…

ইংৰাজেও পঞ্জাৱলৈ চাকৰি বিচাৰি আহিব

অসমৰ শিক্ষামন্ত্ৰীয়ে কয় যে জব মাৰ্কেটত সোমাবলৈ হ’লে হিন্দী জানিবই লাগিব ৷ পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে কয় যে কেইদিনমান সময় দিয়ক ইংৰাজেও পঞ্জাৱলৈ চাকৰি বিচাৰি আহিব ৷ দুই চৰকাৰৰ পার্থক্য টক অফ দ্য টাউনত   স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে…

হিমাচল জয় কৰিব পাৰিবনে অৰবিন্দ কেজৰিৱাল ?

দিল্লীৰ পাছত পঞ্জাৱ ৷ পঞ্জাৱৰ পাছত হিমাচল প্ৰদেশ ৷ কিমান সফল হ’ব অৰবিন্দ কেজৰিৱাল ?   স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – Visit: Follow Us Facebook: YouTube: …