Tag anurag kashyap

অনুৰাগ কাশ্যপ আৰু কুনাল কামৰাই এইবাৰ অৰ্ণব গোস্বামীক দিলে শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা,পিছে চেন্ডেলেৰেহে

কমেডিয়ান কুনাল কামৰা আৰু চিনেমা ডাইৰেক্টৰ অনুৰাগ কাশ্যপ আজি উপস্থিত হ’ল মুম্বাই স্থিত ৰিপাব্লিক টিভিৰ অফিচত। উদ্দেশ্য অৰ্ণব গোস্বামীক শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা প্ৰদান কৰা। পিছে ৰিপাব্লিক টিভিৰ চিকউৰিতি গাৰ্ডে দুয়োজনক অফিচৰ ভিতৰত প্ৰৱেশ কৰাৰ অনুমতি নিদিলে। কিয়নো তেওঁলোকে অৰ্ণব গোস্বামীক…