Tag #animesh_bhuyan

ন্যায় প্ৰাপ্তিলৈ কিমান দূৰ?

নীৰজ দাস ওৰফে কলা লৰাৰ মৃত্যু প্ৰকৃততে অনিমেষ আৰু অনিমেষৰ পৰিয়ালৰ প্ৰতি ন্যায় বুলি গণ্য কৰিব পাৰিনে?কলা লৰাৰ মৃত্যুয়ে অনিমেষ ভূঞাক ন্যায় প্ৰদান কৰিলে নে ন্যায়ৰ পৰা চিৰদিনৰ কাৰণে অনিমেষক বঞ্চিত কৰিলে?এই প্ৰশ্নৰ উত্থাপন এইবাবেই হৈছে,কাৰণ কলা লৰাৰ মৃত্যু ন্যায়…

কলা গুণ্ডাৰ মৃত্যু

যোৰহাট কাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা লৰাৰ মৃত্যু। মঙ্গলবাৰে শেষ নিশা আৰক্ষীৰ বাহনৰ পৰা পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীৰ বাহনৰ খুন্দাত মৃত্যু হয় ক’লা ল’ৰাৰ। যোৰহাটৰ মাজমজিয়াত সংঘটিত হোৱা অনিমেষ বৰা হত্যা কাণ্ডৰ মূল অভিযুক্ত আছিল এই ক’লা…

ফাষ্টট্ৰেক আদালতৰ জৰিয়তে অনিমেষ হত্যাৰ তদন্ত

ফাষ্টট্ৰেক আদালতৰ জৰিয়তে অনিমেষ হত্যাকাণ্ডৰ দোষীক শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিবলৈ ইতিমধ্যে প্ৰশাসনক মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা৷ এমাহৰ ভিতৰত দোষীৰ বিৰুদ্ধে দাখিল কৰিব লাগিব চাৰ্জশ্বীট। খোদ জি পি সিঙে ব্যক্তিগতভাৱে তদাৰক কৰিব ঘটনাৰ তদন্ত প্ৰক্ৰিয়াৰ। ছচিয়েল মিডিয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে…

যোৰহাট কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ।

যোৰহাট কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ। যোৰহাট আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈছে ঘটনাৰ মূল অভিযুক্ত ক’লা ল’ৰা ওৰফে নীৰজ দাস। নীৰজৰ লগতে তেওঁৰ ভাতৃ ভাইটী দাসকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। সোমবাৰে যোৰহাট টাউনৰ মাজমজিয়াত সংঘটিত হোৱা অনিমেষ ভূঞা হত্যাকাণ্ডৰ পিছতে এই ঘটনাৰ মূল…

কি সপোন আছিল অনিমেশৰ?

কি সপোন আছিল অনিমেশৰ?ফেচবুকত লিখিছে মুনমুন কলিতাই- “২ দিন আগলৈ এইয়া আছিল Animesh Bhuyanৰ সপোন। কিন্তু তাৰ সপোনক ভৰিৰে মোহাৰি,লথিয়াই,চৰিয়াই ভূ-লুণ্ঠিত কৰি পেলালে কেইটামান দুৰ্বৃত্তই। সপোন পূৰণ নকৰাকৈয়ে গুছি যাব লগীয়া হ’ল অনিমেষ। কেইটামান নৰপিশাচৰ আক্ৰমণত যোৰহাটৰ মাজমজিয়াত প্ৰাণ গ’ল…