Reporting on
মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন এই একনাথ সিন্দে?

মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন এই একনাথ সিন্দে?
Reporting on

মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন এই একনাথ সিন্দে?

ইউক্ৰেইনৰ এটা শ্বপিং মলত ৰাছিয়াৰ মিছাইল আক্ৰমণ। সোমবাৰে হোৱা এই আক্ৰমণৰ ভিডিঅ’ শেহতীয়াকৈ পোহৰলৈ আহিছে। য’ত ১৮ জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।

কিমান টকাৰ কৰ দিব লাগিব আপুনি চিৰা,মুড়ি আৰু পিঠাগুড়িত? চাইকেলৰ পাম্প, চামোচ, ব্লেড আৰু পেঞ্চিলত কিমান টকাৰ কৰ বৃদ্ধি হ’ল? কৰ সন্ত্ৰাসত ব্ৰিটিছকো চেৰ পেলাইছে নেকি মোদী চৰকাৰে?

উপায়ুক্তক নিৰ্দেশ দি বানাক্ৰান্তৰ ক্ষয়-ক্ষতিৰ তালিকা ল’ব ঠিকেই। কিন্তু ক্ষতিপূৰণ প্ৰদান কৰিবনে?

‘ফৰ্মূলা ছিক্স’ অনুসৰি একনাথ সিন্দে গোটৰ প্ৰতিগৰাকীয়ে পাব মন্ত্ৰীত্ব।তৃতীয় বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱাৰ পথত দেৱেন্দ্ৰ ফাড়নবীশ। একনাথ সিন্দে হ’ব পাৰে উপ- মুখ্যমন্ত্ৰী।

উত্তপ্ত ৰাজস্থান৷ কানহায়া লালৰ হত্যাৰ ঘটনক লৈ তীব্ৰ অস্থিৰতাই বিৰাজ কৰিছে ৰাজস্থানৰ উদয়পুৰত।

একেই আইন, একেই চেকশ্যন৷ কিন্তু পৃথক কিয় একচন? যি ধাৰাত মহম্মদ জুবেৰৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল, একেই ধাৰাত গোচৰ ৰুজু হৈছিল নূপুৰ শর্মাৰ বিৰুদ্ধে৷ জুবেৰক গ্ৰেপ্তাৰ কৰা হ’ল, কিয় গ্ৰেপ্তাৰ নহ’ল নূপুৰ শর্মা?

এসময়ত মনমোহন সিঙক সোধা প্ৰশ্নৰ উত্তৰ আজি নৰেন্দ্ৰ মোদীয়ে নিজেই দিবনে?

এমুঠি চিৰাই এতিয়া প্ৰধান খাদ্য বানাক্ৰান্তৰ বাবে৷ কিন্তু সেই চিৰাতেই এইবাৰ জিএছটি লগালে কেন্দ্ৰই৷ মুড়ি, পিঠাগুড়ি, গুড় আৰু পাপৰতো লাগিল জিএছটিৰ মোহৰ৷

কোন ১৪৪ জন বিৰোধী সাংসদৰ সমষ্টিত চকু পৰিছে বিজেপিৰ?