শ্ৰেণী ভিডিঅ’

৩০ বছৰৰ বাবে মাত্ৰ ৩৫ কোটি টকাত পুঁজিপতিক গতাব ১২ খন চাহ বাগিচা

বাদ নপৰিল জাতীয় বীৰ শ্বহীদ মণিৰাম দেৱান, কালজয়ী অসমীয়া কথাছবি চামেলি মেমচাব, জয়মতীৰ স্মৃতিবিজড়িত অসম চাহ নিগমৰ চাহ বাগিচাসমূহো। ৩০ বছৰৰ বাবে মাত্ৰ ৩৫ কোটি টকাত পুঁজিপতিক গতাব এইসমূহ চাহ বাগিচা।  

বৃটেইনৰ প্ৰধানমন্ত্ৰীৰ দৌৰত ভাৰতীয় মূলৰ দুগৰাকী প্ৰতিদ্বন্দ্বী

বৃটেইনৰ প্ৰধানমন্ত্ৰীৰ দৌৰত ভাৰতীয় মূলৰ দুগৰাকী প্ৰতিদ্বন্দ্বী। শীৰ্ষত থকা ঋষি সোনকে কনজাৰভেটিভ পাৰ্টিৰ এলিমিনেচন ৰাউণ্ডত লাভ কৰিলে ২৫% ভোট।

আজিৰ দিনটোত কিমান মূল্য ভাৰতীয় গণতন্ত্ৰৰ?

আজিৰ দিনটোত কিমান মূল্য ভাৰতীয় গণতন্ত্ৰৰ?আমি আজি জনাম ক’ত কিমান টকাৰে বেচা কিনা কৰা হ’ল ভাৰতীয় গনতন্ত্ৰক। স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – Visit: Follow Us Facebook: YouTube:…

বানৰ সময়ত সময় নোলাল৷ কিন্তু বানৰ পাছত অসমলৈ সোঁত বব কেন্দ্ৰীয় মন্ত্ৰীৰ৷

বানৰ সময়ত সময় নোলাল৷ কিন্তু বানৰ পাছত অসমলৈ সোঁত বব কেন্দ্ৰীয় মন্ত্ৰীৰ৷ বান প্ৰতিৰোধ নহয়,কংগ্ৰেছক প্ৰতিৰোধৰ বাবেহে অসমলৈ কিয় বিজেপিৰ ৰথী মহাৰথী? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – Visit: …

পেকেজ নালাগে,ধাৰহে লাগে হিমন্ত বিশ্ব শর্মাৰ চৰকাৰক৷

পেকেজ নালাগে,ধাৰহে লাগে হিমন্ত বিশ্ব শর্মাৰ চৰকাৰক৷ বানৰ কালত কেন্দ্ৰৰ পৰা পেকেজ নালাগে বুলি কোৱা মুখ্যমন্ত্ৰীজনৰ চৰকাৰে ৫ জুলাইত ল’ব এক হাজাৰ কোটি টকাৰ ঋণ৷ বিগত মাহতো দুই হাজাৰ কোটি টকাৰ ঋণ লৈছিল অসম চৰকাৰে৷ ধাৰৰ ওপৰত নির্ভৰ কৰিয়েই চলিছে…

দেশত নিষিদ্ধ হ’ল প্লাষ্টিক।

দেশত নিষিদ্ধ হ’ল প্লাষ্টিক। নিষেধ নামানিলে হ’ব ডাঙৰ শাস্তি। কি কি ব্যৱহাৰ একেবাৰে বন্ধ জানি লওক এই প্ৰতিবেদনত। স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – Visit: Follow Us Facebook: …